ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ আৰক্ষী থানাৰ প্ৰাঙ্গনত থকা VDP ভৱনত আজি গাওঁৰক্ষী বাহিনীৰ জৰুৰী বৈঠক অনুষ্ঠিত হয়। মৰাণ আৰক্ষী থানাৰ গাওঁৰক্ষী বাহিনীৰ সভাপতি মোহনলাল উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিতসভাত মৰাণ আৰক্ষী চক্ৰ বিষয়া সিদ্ধেশ্বৰ বড়ো আৰু মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পঙ্কজ উপাধ্যায়ে অংশ গ্ৰহন কৰি বক্তব্য আগবঢ়ায় ।সভাত মৰাণ আৰক্ষী থানা এলেকাৰ গাঁও সমুহৰ গাওঁ ৰক্ষী বাহিনীৰ সদস্য সকলে অংশ গ্ৰহন কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
S. Jaishankar on Pakistan: S. Jaishankar के बयान पर Abdul Basit का जवाब | Abdul Basit on India
S. Jaishankar on Pakistan: S. Jaishankar के बयान पर Abdul Basit का जवाब | Abdul Basit on India
Raghav Chadha के ऊपर लगे गंभीर आरोप, देखिए उन्होंने क्या दिया जवाब। Parliament News। AAP। Kejriwal
Raghav Chadha के ऊपर लगे गंभीर आरोप, देखिए उन्होंने क्या दिया जवाब। Parliament News। AAP। Kejriwal
তামুলপুৰত SBI ফাউণ্ডেচন, NSDL আৰু SBI মিউচুৱেল ফাণ্ড উদ্যোগত দুখন সঞ্জীৱনী ক্লিনিক নামৰ বাহন মুকলি
তামুলপুৰত SBI ফাউণ্ডেচন, NSDL আৰু SBI মিউচুৱেল ফাণ্ড উদ্যোগত দুখন সঞ্জীৱনী ক্লিনিক নামৰ বাহন মুকলি