চৰাইদেউত নিশা দুই কয়লা ব্যৱসায়ীৰ সংঘাতত এজন গুৰুতৰ ভাৱে আহতচ
নিমনাগড়ত কয়লা ব্যৱসায়ৰ মাজত সংঘাত । সূৰজ বৰগোঁহাই নামৰ যুৱক জনে মালব্যয় ৰাজকোঁৱৰ নামৰ যুৱক জনক খুকুৰিৰে আক্ৰমণ । খুকুৰিৰ আক্ৰমণত হাত খুটা হৈ যায় । সূৰজ বৰগোঁহাই নামৰ যুৱক জনে ফোন কৰি কয়লা ডিপু লৈ মাতি আনি আক্ৰমণ কৰে । ঘটনা সংঘটিত কৰি পলায়ন কৰে সূৰজ বৰগোঁহাই । সংকটজনক অৱস্থাত চৰাইদেউ জিলা চিকিৎসালয় ত ভৰ্ত্তি মালব্যয় ৰাজকোঁৱৰক । চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় এ এম চি লৈ প্ৰেৰণ কৰিছে ।