ভাৰতীয় জনতা পাৰ্টিৰ চৰাইদেউ জিলা কাৰ্য্যালয়ত প্ৰশিক্ষণ গোটৰ তত্ত্বাৱধানত আজি জিলাৰ মৰ্চাৰ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত চৰাইদেউ জিলা আঠটি মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সদস্য মণ্ডল মৰ্চাৰ সভাপতি আৰু সাধাৰণ সম্পাদক , মণ্ডলৰ সভাপতি আৰু সাধাৰন সম্পাদকৰ উপৰিও চৰাইদেউ জিলা সমিটিৰ বিষয় ববীয়াও উপস্থিত থাকে। উক্ত অনুস্থানত প্ৰশিক্ষক হিচাবে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ চৰাইদেউ জিলাৰ সভাপতি লক্ষ্মীনাথ তাছা, চৰাইদেেউ জিলাৰ উপসভাপতি তথা সোনাৰিৰ পৌৰসভাৰ পৌৰপ'তি তিলক চন্দ্ৰ নেওঁগক সভাপতি , উপসভাপতি হীৰেণ ৰাজ কোঁৱৰ, সাধাৰণ সম্পাদক অজন্ত বৰুৱা,সামাজিক মাধ্যম বুথৰ আহ্বায়ক বিতোপন চাবুক ধৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Aditya L1 Launch |मिशन से जुड़े वैज्ञानिकों ने महीनों तक नहीं लगाया परफ्यूम, हैरान करने वाला सच!N18V
Aditya L1 Launch |मिशन से जुड़े वैज्ञानिकों ने महीनों तक नहीं लगाया परफ्यूम, हैरान करने वाला सच!N18V
Stocks In Focus | Anuj Singhal के आज के वो स्टॉक्स जो हैं spotlight में | Grasim | Federal Bank
Stocks In Focus | Anuj Singhal के आज के वो स्टॉक्स जो हैं spotlight में | Grasim | Federal Bank
Rape (બળાત્કાર) નો આરોપી ને ઝડપાયો
Rape (બળાત્કાર) નો આરોપી ને ઝડપાયો
ઉમરાળા પ્રાથમિક શાળાના શિક્ષકને મંત્રી દ્વારા એવોર્ડ આપવામાં આવ્યો
ઉમરાળા પ્રાથમિક શાળાના શિક્ષકને મંત્રી દ્વારા એવોર્ડ આપવામાં આવ્યો
'अडानी की कंपनी में 20 हजार करोड़ किसके हैं', राहुल गांधी ने BJP से फिर मांगा जवाब
कांग्रेस नेता राहुल गांधी एक बार फिर से अडानी मामले को लेकर बीजेपी को घेरा है. राहुल ने पूछा कि...