১৯৯৬ চনতে গোবিন্দপুৰ অঞ্চলত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয় অধীৰ এখন উচ্চ শিক্ষানুষ্ঠান হৈছে ঢকুৱাখনা হাৰ্হি মহাবিদ্যালয় ৷ শিক্ষানুষ্ঠান খনৰ চলিত বৰ্ষৰ নবাগতসকলক আদৰণী জনোৱাৰ উদ্দেশ্য মঙ্গলবাৰে অনুষ্ঠিত কৰা ২১ তম্ নবাগত আদৰণি সভাখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । কাৰ্যসূচীৰ অনুসৰি পুৱা ৬ বজাত মহাবিদ্যালয়ৰ চৌহদ চাফাই, মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সভাপতি পিংকু গোস্বামীৰ দ্বাৰা পতাকা উত্তোলন, সাধাৰণ সম্পাদক দেৱজিৎ খাটনিয়াৰ দ্বাৰা শ্বহীদ তৰ্পণ । পুৱা ৮ বজাত বৃক্ষ ৰোপন কৰে হাৰ্হি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহঃ অধ্যাপক ড° নৱ কুমাৰ সন্দিকৈয়ে। ইয়াৰ পাছতে হাৰ্হি মহাবিদ্যালয় ৰাজনীতি বিজ্ঞান বিভাগ সহকাৰী অধ্যাপক ৰাজেশ চেতিয়া, ইংৰাজী বিভাগ সহঃ অধ্যাপক ড° জিতু কুমাৰ চমুৱা, অসমীয়া বিভাগৰ সহ অধ্যাপিকা প্রতিমা চেতিয়া, অর্থনীতি বিজ্ঞান বিভাগ সহঃ অধ্যাপক পদ্মকান্ত দলেৰ সঞ্চালনাত ন - পুৰণি ছাত্ৰ-ছাত্ৰী সকলৰ চিনাকী পৰ্ব ও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ ১১ বজাত মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলৰ সমাবেত সংগীতেৰে মঞ্চ উদ্বোধন কৰা অনুষ্ঠানত হাৰ্হি মহাবিদ্যালয় অধ্যক্ষ ড° মানস জ্যোতি নেওগৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ উদ্বোধক হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে মহকুমাধিপতি অৰিন্দম বৰুৱাই ৷ নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ঢকুৱাখনা মহাবিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰ কুমাৰ কোঁছৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থা উপ-সভাপতি উৎপল শৰ্মা, কেন্দ্রীয় কার্যনির্বাহক সদস্য ধনমনি দত্ত ৷ অনুষ্ঠানত লখিমপুৰ জিলা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পুলক জ্যোতি বৰা, সধাৰণ সম্পাদক স্বৰাজ সংকৰ গগৈ উপস্থিত থকা অনুষ্ঠানত মহাবিদ্যালয়খনৰ নতুনকৈ নামভৰ্তি কৰা ন-পুৰণি শিক্ষাৰ্থী সকল, প্ৰশিক্ষক সকলৰ উপস্থিতয়ে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে । অনুষ্ঠানৰ শেষত ত্ৰৈলোক্য সোণোৱালৰ কণ্ঠত সাংস্কৃতিক অনুষ্ঠানে এই বৰ্ষৰ বাৰ্ষিক নৱাগত আদৰণি সভাৰ সামৰণি পৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઠાસરા ખાતે આવેલ મેથોડીસ ચર્ચ માં નાતાલ પર્વ ની ઉજવણી કરવામાં આવી.
ઠાસરા બસ સ્ટેન્ડ પાસે ડાકોર રોડ ઉપર આવેલ સિનાઈ મેથોડિસ્ટ ચર્ચમાં નાતાલની ઉજવણી કરવામાં આવી હતી....
વલસાડ પારડી હાઇવે પાસેથી બોગસ પોલીસ સહિત ચાર શખ્સો ઝડપાયા
વલસાડ પારડી હાઇવે પાસેથી બોગસ પોલીસ સહિત ચાર શખ્સો ઝડપાયા
Portronics Dash 6: केवल 2,699 रुपये में आता है LED लैप वाला पोर्ट्रोनिक्स का ये स्पीकर, यहां जानें जरूरी डिटेल
Portronics अपने कस्टमर्स के लिए एक नया 15W स्पीकर लॉन्च किया है जिसमें आपको LED लैंप मिलता है।...
ગણપતી બાપ્પા ની આરતી ઉતારતા ; આપ નેતા અજીત લોખીલ
પ્રેસ નોટ
તા.૦૬/૦૯/૨૦૨૨
રાજકોટમાં જામનગર રોડ પર "નંદનવન કા રાજા" ગણપતિ મહોત્સવનું ભવ્ય...
એલસીબી પોલીસે કાલોલ પોલીસ સ્ટેશન વિસ્તારના અલગ અલગ જગ્યાએથી ૩.૯૦ લાખ નો વિદેશી દારૂ નો મુદ્દામાલ કબજે કર્યો
કાલોલ પોલીસ સ્ટેશન વિસ્તારમાં ગોધરા એલસીબી પોલીસે દોલતપુરા ગામના એક બૂટલેગર ના રહેણાંક મકાનમાંથી...