নাজিৰা মহকুমাৰ অন্তৰ্গত শিমলুগুৰিত সংঘটিত হৈছে পথ দূৰ্ঘটনা । শিমলুগুৰি নগৰৰ নগাবিল্ডিং সমীপত সংঘটিত হয় এই পথ দূৰ্ঘটনা।দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। গুৰুত্বৰ ভাৱে আহত হয় দুজন মটৰ চাইকেল আৰোহী। শিমলুগুৰি দিশৰ পৰা নাজিৰা অভিমুখী মাৰুতি চিয়াজ আৰু নাজিৰা পৰা শিমলুগুৰি অভিমুখী হিৰ' স্প্লেণ্ডাৰ মটৰ চাইকেলৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। দূৰ্ঘটনাৰ ফলত মাৰুতি চিয়াজৰ সন্মুখ ভাগ বিস্তৰ ক্ষতি সাধন হোৱাৰ বিপৰীতে হিৰ' স্প্লেণ্ডাৰ মটৰ চাইকেল খনৰ সন্মুখভাগ বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হয়। দূৰ্ঘটনাত গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত মটৰ চাইকেল আৰোহী দুজনৰ ঘৰ যোৰহাট আৰু গোলাঘাটত।ঘটনাস্থলীত শিমলুগুৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়া উপস্থিত হয় গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত মটৰ চাইকেল আৰোহী দুজনক জয়সাগৰত অৱস্থিত শিৱসাগৰৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু দূৰ্ঘটনাগ্ৰস্ত বাহন দুখন শিমলুগুৰি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। দূৰ্ঘটনাগ্ৰস্ত মাৰুতি চিয়াজ বাহনখনৰ নম্বৰ AS04N0321 আৰু হিৰ' স্প্লেণ্ডাৰ মটৰ চাইকেল খনৰ নম্বৰ AS03S3878
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAJTAK 2 । 05 OCTOBER 2023 । AAJ KA RASHIFAL । आज का राशिफल । मीन राशि । PISCES । Daily Horoscope
AAJTAK 2 । 05 OCTOBER 2023 । AAJ KA RASHIFAL । आज का राशिफल । मीन राशि । PISCES । Daily Horoscope
अतीक-अशरफ हत्याकांड में बड़ी कार्रवाई, शाहगंज इंस्पेक्टर समेत 5 पुलिसकर्मी निलंबित
(Atique Ahmed Murder Case) माफिया अतीक अहमद और अशरफ हत्याकांड में शाहगंज थाना प्रभारी अश्वनी...
UP Heavy Rain: बारिश का कहर, Prayagraj से Etawah तक हाहाकार
UP Heavy Rain: बारिश का कहर, Prayagraj से Etawah तक हाहाकार
શિક્ષણ આપશે ઉજ્જવળ ભવિષ્યને આકાર...
શિક્ષણ આપશે ઉજ્જવળ ભવિષ્યને આકાર...
प्रधानमंत्री सूक्ष्म खाद्य उद्योग योजना
तालुकास्तरीय कार्यशाळा संपन्न
तालुका कृषी अधिकारी कार्यालय,वाशिमच्या वतीने २५ ऑगस्ट रोजी आत्मा कार्यालय वाशिम येथे प्रधानमंत्री...