আজি কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰ মুকলি সভা৷মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড°ৰাতুল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাবে উপস্থিত থাকে কামৰূপ জিলা পৰিষদৰ অধ্যক্ষা ৰীতা তালুকদাৰ৷মুখ্য অতিথিৰ ভাষনৰ পিচতে অধ্যক্ষা গৰাকীয়ে এটি জয়ন্ত হাজৰিকাৰ কালজয়ী গীত আৰু এটি বিহু গীতৰে ছাত্ৰছাত্ৰী সমন্বিতে উপস্থিত ৰাইজক মোহিত কৰে৷সচাকৈয়ে এগৰাকী ৰাজনৈতিক নেত্ৰী হিচাবে কামকাজ কৰাৰ সমান্তৰালকৈ সংগীতৰ চৰ্চা অব্যাহত ৰখাটো শলাগিবলগীয়া৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગોત્રી હોસ્પિટલમાં દર્દીઓ લિફ્ટમાં ફસાયા લિફ્ટમાં ફસાયેલા લોકોને ફાયરબ્રિગેડે સુરક્ષિત બહાર કાઢ્યા 👇
ગોત્રી હોસ્પિટલમાં દર્દીઓ લિફ્ટમાં ફસાયા લિફ્ટમાં ફસાયેલા લોકોને ફાયરબ્રિગેડે સુરક્ષિત બહાર કાઢ્યા 👇
PM Modi in Jharkhand: बिरसा मुंडा के जन्मस्थान पर जाने वाले पहले पीएम, चुनाव में होगा बड़ा फायदा?
PM Modi in Jharkhand: बिरसा मुंडा के जन्मस्थान पर जाने वाले पहले पीएम, चुनाव में होगा बड़ा फायदा?
लखनऊ: शादी की प्रथम सालगिरह पर सोशल मीडिया पर लगा बधाइयों का तांता,पढ़ें खास खबर
लखनऊ। उत्तर प्रदेश की राजधानी लखनऊ की ऐतिहासिक नगरी काकोरी के निवासी हिंदू जन सेवा समिति के...
બોટાદના પાળીયાદ રોડ પર સર્જાયો ગમખ્વાર અકસ્માત એકનું મોત
બોટાદના પાળીયાદ રોડ પર સર્જાયો ગમખ્વાર અકસ્માત એકનું મોત