ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত চেপনত ৩৭।নং ৰাষীীয় ঘাই পথত এজনলোক গুৰুতৰ ভাৱে আহত হয় । শিৱসাগৰৰ পৰা ডিব্ৰুগড়।অভিমুখী AS04 J2081 নম্বৰৰ বাহনখনত অচিনাক্ত বাহন এখনে খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা গ্ৰস্ত ।বাহনখনৰ যথেষ্ট ক্ষতিসাধন ।হোৱাৰ লগতে চালকজন শিৱসাগৰৰ শান্তিপুৰ উমা বৰগোঁহাই পথৰ নিৱাসী ৬১ বছৰীয়া সুৱল বৰুৱা গুৰুতৰ ভাৱে আহত হয় । আহত।লোকজনক ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে ডিব্ৰুগড় অসম মেডিকেললৈ প্ৰেৰন কৰাহয়। মৰাণ আৰক্ষীয়ে বাহন খন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভাৰতৰ পাঁচটা অদ্ভুত ৰে’ল ষ্টেচন, এজনক লাগে পাছপ’ৰ্ট! পাঁচ নম্বৰটোৱেই আটাইতকৈ অদ্ভুত
ভাৰতীয় ৰে’লৱেঃ ভাৰতৰ পাঁচটা অদ্ভুত ৰে’ল ষ্টেচন, এজনক লাগে পাছপ’ৰ্ট! পাঁচ...
NC, PDP playing politics of hypocrisy to placate terrorists like Yasin Malik: Chugh
BJP National General Secretary Tarun Chugh today said that the new-found soft stance of the...
সোণাৰিত চৰাইদেউ জিলা ভিত্তিত জাতীয় শ্ৰমিক পৰিষদৰ সমিতি গঠন
সোণাৰিত চৰাইদেউ জিলা ভিত্তিত জাতীয় শ্ৰমিক পৰিষদৰ সমিতি গঠন।
ৰাজ্যৰ শ্ৰমিক সকল বিভিন্ন...
Maharashtra Politics | सत्तासंघर्षाचा चेंडू आता निवडणूक आयोगाच्या दारात; ठाकरे गटाची याचिका फेटाळली
Maharashtra Politics | सत्तासंघर्षाचा चेंडू आता निवडणूक आयोगाच्या दारात; ठाकरे गटाची याचिका फेटाळली