অসম চৰকাৰৰ দ্বাৰা শিৱসাগৰ স্থিত সমবায় বিশ্ববিদ্যালয়ৰ কৰ্ট মেম্বাৰ হিচাবে দায়িত্ব পোৱাৰ পিছত আজি প্ৰথম বাৰৰ বাবে ইয়াৰ সভাত উপস্থিত হয় মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ। বিশ্ববিদ্যালয় খনৰ ভৱিষ্যত উন্নয়ণ সম্পৰ্কে বিশদ আলোচনা কৰাৰ লগতে বিষয়টো মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহন কৰাহয়। সভাত থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইৰ লগতে বিশ্ববিদালয়ৰ কতৃপক্ষ সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আদিম যোগৰ দৰে বসবাস কৰা এখন অসমীয়া গাওঁ
চৰকাৰৰ দৃষ্টি গোচৰ নোহোৱা এখন অদ্ভূত দুৰ্গম গাঁৱত প্ৰথম খোজ আমাৰ সাংবাদিকৰ।
আমাৰ সাংবাদিকৰ এক...
हर घर तिरंगा | ONE NATION ONE RED ZONE SAFETY NORM | Dr. Amol Ramsingh Kolhe
हर घर तिरंगा | ONE NATION ONE RED ZONE SAFETY NORM | Dr. Amol Ramsingh Kolhe
বিষয় জনজাতিকৰণ ! সোণাৰিত টাইপাৰ প্ৰতিক্ৰিয়া প্ৰকাশ
বিষয় জনজাতিকৰণ ! সোণাৰিত টাইপাৰ প্ৰতিক্ৰিয়া প্ৰকাশ
বিষয় জনজাতিকৰণ ! সোণাৰিত টাইপাৰ...
6,000mAh बैटरी, 50MP कैमरा और 12GB रैम वाला Moto का ये फोन मिल रहा है 2000 रुपये सस्ता, यहां जानें जरूरी डिटेल
मोटोरोला के बजट फोन Moto G54 5G को मोटोरोला और फ्लिपकार्ट के माध्यम से डिस्काउंट प्राइस के साथ...
શ્રી નાગેશ્વર મહાદેવ નાં શ્રાવણ મહિના નાં પ્રથમ સોમવાર નાં દર્શન
શ્રી નાગેશ્વર મહાદેવ નાં શ્રાવણ મહિના નાં પ્રથમ સોમવાર નાં દર્શન