জিলা কৃষিবিভাগৰ আত্মাৰ অধীনত মাইবেলাত কৃষি প্ৰযুক্তি ব্যৱস্থাপনাই আয়োজন কৰে এই কাঠফুলা প্ৰশিক্ষণ কায্যৰ্সূচী। প্ৰায় অৰ্ধশতাধিক ৰাইজৰ উপস্থিতিত এই প্ৰশিক্ষণ কাৰ্য্যসূচীত প্ৰশিক্ষণ প্ৰদান কৰে নাজিৰাৰ প্ৰগতিশীল কৃষক দীপ বৰুৱাই । কাঠফুলাৰ উপকাৰীতা তথা ইয়াৰ ব্যৱসায়িক লাভা লাভৰ উপৰিও কাঠফুলাৰ খেতি কেনেকৈ কৰিব পাৰি তাৰ সবিশেষ জনাই। মুখ্য প্ৰশিক্ষক হিচাবে কৃষকসকলক কাঠফুলা খেতিৰ সম্পৰ্কে বিশদ বিৱৰণ দিয়ে।লগতে জিলা কৃষিবিভাগৰ তৰফৰ পৰা কৃষক সকলে লাভ কৰিব পৰা সা-সুবিধাৰ বিষয়েও অৱগত কৰায় আত্মাৰ।বিষয় ববীয়াই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
স্বৰ্ণিল সংস্কৃতিৰ বৰ্ণিল ঐতিহ্যৰে মুখৰিত হৈছে মাজুলীৰ সত্ৰ-নামঘৰসমূহ
মাজুলীত আৰম্ভ হ’ল ভদীয়া কীৰ্তন ৷ মহাপুৰুষ দুজনাৰ সৃষ্ট স্বৰ্ণিল সংস্কৃতিৰ বৰ্ণিল...
ભાજપના ઉમેદવાર પ્રવીણભાઈ માળી જનતાને જોગ સંદેશ
ભાજપના ઉમેદવાર પ્રવીણભાઈ માળી જનતાને જોગ સંદેશ
গোৰেশ্বৰৰ গোপচাৰত বাথৌ মহাসভাৰ ধৰ্মালোচনী সভাত উপস্থিত বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়ো
গোৰেশ্বৰৰ গোপচাৰত বাথৌ মহাসভাৰ ধৰ্মালোচনী সভাত উপস্থিত বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়ো
নাজিৰালৈ গৌৰৱ কঢ়িয়াই অনা বাস্তৱজোতি কোঁৱৰক সম্বৰ্দ্ধনা।
নাজিৰা চানবছা গাঁৱৰ নিবাসী শ্ৰীযুত বীৰেণ কোঁৱৰ আৰু শ্ৰীযুতা অনিমা কোঁৱৰৰ কণিষ্ঠ পুত্ৰ বাস্তৱজোতি...
કાર પાણી ભરાયેલા નાળામાં ખાબકી....
વરસાદ વચ્ચે કાર નાળામાં ખાબકી: ડીસામાં ત્રણ હનુમાન મંદિર પાસે કાર પાણી ભરાયેલા નાળામાં ખાબકી;...