জিলা কৃষিবিভাগৰ আত্মাৰ অধীনত মাইবেলাত কৃষি প্ৰযুক্তি ব্যৱস্থাপনাই আয়োজন কৰে এই কাঠফুলা প্ৰশিক্ষণ কায্যৰ্সূচী। প্ৰায় অৰ্ধশতাধিক ৰাইজৰ উপস্থিতিত এই প্ৰশিক্ষণ কাৰ্য্যসূচীত প্ৰশিক্ষণ প্ৰদান কৰে নাজিৰাৰ প্ৰগতিশীল কৃষক দীপ বৰুৱাই । কাঠফুলাৰ উপকাৰীতা তথা ইয়াৰ ব্যৱসায়িক লাভা লাভৰ উপৰিও কাঠফুলাৰ খেতি কেনেকৈ কৰিব পাৰি তাৰ সবিশেষ জনাই। মুখ্য প্ৰশিক্ষক হিচাবে কৃষকসকলক কাঠফুলা খেতিৰ সম্পৰ্কে বিশদ বিৱৰণ দিয়ে।লগতে জিলা কৃষিবিভাগৰ তৰফৰ পৰা কৃষক সকলে লাভ কৰিব পৰা সা-সুবিধাৰ বিষয়েও অৱগত কৰায় আত্মাৰ।বিষয় ববীয়াই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Gandhinagar: મનપાના સ્ટેન્ડિંગ કમિટી ચેરમેન જશવંતભાઈ પટેલની અધ્યક્ષતામાં સ્થાયી સમિતિની બેઠક યોજાઇ
ગાંધીનગર મનપાના સ્ટેન્ડિંગ કમિટી ચેરમેન જશવંતભાઈ પટેલની અધ્યક્ષતામાં સ્થાયી સમિતિની બેઠક યોજાઇ...
BSNL 4G SIM Order: बीएसएनएल 4G सिम की होगी होम डिलीवरी, बड़ा आसान है ऑर्डर करना
BSNL का 4G नेटवर्क केरल और पूणे समेत देश के कई हिस्सों में लाइव हो चुका है। इन जगहों पर लोग...
પાટણ જિલ્લાના સરસ્વતી તાલુકા માં ભારે વરસાદને કારણે ઘરોમાં પાણી ભરાતા લોકો ને નુકસાન વેઠવાનો વારો આવ્યો.
પાટણ જિલ્લાના સરસ્વતી તાલુકા માં ભારે વરસાદને કારણે ઘરોમાં પાણી ભરાતા લોકો ને નુકસાન વેઠવાનો વારો...
সোণাৰিৰ বিজুলী মহোৎসৱ
চৰাইদেউৰ ২ নং কঠিয়াখুন্দাত বিজুলী মহোৎসৱ উদযাপন
সোণাৰি, ১ আগষ্ট: ভাৰতৰ স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ...