আজি ইংৰাজী ২৩ ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰৰ সন্মানীয় ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ কেবিনেট।মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে ২০২১-২২ বিত্তীয় বৰ্ষৰ অনিৰ্ধাৰিত পুঁজিৰ অধীনত চৰাইদেউ জিলাৰ মৰাণ নগৰৰ ৬নং ৱাৰ্ডৰ অন্তৰ্গত গুৰুদ্বাৰৰ সমীপত মৰাণ নগৰমণ্ডলৰ নৱনিৰ্মিত হ'বলগীয়া কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন কৰে। উক্তঅনুষ্ঠানত মৰাণ নগৰ মণ্ডলৰ সভাপতি অমৰদ্বীপ ভাগৱতী ,উপসভাপতি সুনীল ৰয়, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত , অজন্তবৰুৱা , কুশল দত্ত ৱাৰ্ড আয়ুক্ত সকল, মণ্ডল সমিতিৰ বিষয় ববীয়াকে প্ৰমুখ্য কৰি দলীয় কাৰ্য্যকৰ্তা সকল উপস্থিত আছিল। হোৱা
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મોધવારીના વિરોધમાં કોંગ્રેસ દ્વારા આપવામાં આવેલ બંધના એલાનને લઈ વિસાવદર વેપારીઓ દ્વારા સમર્થન
મોધવારીના વિરોધમાં કોંગ્રેસ દ્વારા આપવામાં આવેલ બંધના એલાનને લઈ વિસાવદર વેપારીઓ દ્વારા સમર્થન
India Pakistan Relations: भारत-पाकिस्तान के बंटवारे में बिछड़े भाई-बहन जब 75 साल बाद मिले (BBC)
India Pakistan Relations: भारत-पाकिस्तान के बंटवारे में बिछड़े भाई-बहन जब 75 साल बाद मिले (BBC)
રાજ્યમાં આગામી 24 કલાક દર્મીયાન પડી શકે છે વરસાદ ! 4 થી 7 જુન આવિશકે છે વાવાઝોડુ.!
ગુજરાતમાં આગામી 24 કલાક દર્મીયાન વરસાદની આગાહી કરવામાં આવી છે. આ દરમિયાન સૌરાષ્ટ્ર - કચ્છમાં...