নিশা গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত অগ্নিকান্ডৰ ঘটনা সংঘটিত। মহাবিদ্যালয়খনৰ চৌহদত থকা চিকিউৰিটি কক্ষত ৰহস্য জনক ভাবে লাগিল জুই। কক্ষটোৰ ভিতৰত থকা আচবাব আৰু নথিপত্র সমূহ জ্বলি চাৰখাৰ হয়। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আৰু কলেজ কৰ্তৃপক্ষৰ তৎপৰতাত জুই নিৰ্বাপিত হোৱাত এক কথমপি ৰক্ষা পৰে মহাবিদ্যালয়খন। অগ্নিকান্ডৰ ঘটনা সংঘটিত হোৱা সময়ত কোনো নাছিল কক্ষটোত। ইফালে কেনেকৈ এই জুই সুত্ৰপাত হল স্পষ্ট হোৱা নাই যদিও মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ সন্দেহ চিগাৰেট সেৱন কৰি হয়তো কোনো লোকে পেলাই যোৱাৰ বাবে এই অগ্নিকান্ডৰ ঘটনা সংঘটিত হৈছে।এই ঘটনাই ক্ষন্তেক সময়ৰ বাবে আতংকিত কৰি তুলিছিল সমগ্ৰ মহাবিদ্যালয় চৌহদ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા ધાનેરા હાઇવે પર બોલેરો ગાડી માં અચાનક આગ લાગી..
ડીસા ધાનેરા હાઇવે પર બોલેરો ગાડી માં અચાનક આગ લાગી..
रोहा के पेटबढा में जंगली हाथियों के झुंड ने मचाया तांडव,तहस नहस फसल घरद्वार।
रोहा के पेटबढा में जंगली हाथियों के झुंड ने मचाया तांडव,तहस नहस फसल घरद्वार।
જંબુસરમાં નવયુગ વિદ્યાલયના સૌજન્યથી ક્રિકેટ ટુર્નામેન્ટનું ભવ્ય આયોજન
જંબુસરમાં નવયુગ વિદ્યાલયના સૌજન્યથી ક્રિકેટ ટુર્નામેન્ટનું ભવ્ય આયોજન
Kamalnath ने जताया राज्य के मतदाताओं पर भरोसा #ytshorts #kamalnath #mpelection2023 #aajtakdigital
Kamalnath ने जताया राज्य के मतदाताओं पर भरोसा #ytshorts #kamalnath #mpelection2023 #aajtakdigital