নিশা গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত অগ্নিকান্ডৰ ঘটনা সংঘটিত। মহাবিদ্যালয়খনৰ চৌহদত থকা চিকিউৰিটি কক্ষত ৰহস্য জনক ভাবে লাগিল জুই। কক্ষটোৰ ভিতৰত থকা আচবাব আৰু নথিপত্র সমূহ জ্বলি চাৰখাৰ হয়। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আৰু কলেজ কৰ্তৃপক্ষৰ তৎপৰতাত জুই নিৰ্বাপিত হোৱাত এক কথমপি ৰক্ষা পৰে মহাবিদ্যালয়খন। অগ্নিকান্ডৰ ঘটনা সংঘটিত হোৱা সময়ত কোনো নাছিল কক্ষটোত। ইফালে কেনেকৈ এই জুই সুত্ৰপাত হল স্পষ্ট হোৱা নাই যদিও মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ সন্দেহ চিগাৰেট সেৱন কৰি হয়তো কোনো লোকে পেলাই যোৱাৰ বাবে এই অগ্নিকান্ডৰ ঘটনা সংঘটিত হৈছে।এই ঘটনাই ক্ষন্তেক সময়ৰ বাবে আতংকিত কৰি তুলিছিল সমগ্ৰ মহাবিদ্যালয় চৌহদ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરતના વેસુ વિસ્તારમાં પોદાર રેસિડેન્સીમાં લાગી આગ | SatyaNirbhay News Channel
સુરતના વેસુ વિસ્તારમાં પોદાર રેસિડેન્સીમાં લાગી આગ | SatyaNirbhay News Channel
खेळायला जातो म्हणून घराबाहेर पडला....? २९ तासांनी ७ वर्षीय मुलाचा मृतदेहच सापडला
खेळायला जातो म्हणून घराबाहेर पडला....? २९ तासांनी ७ वर्षीय मुलाचा मृतदेहच सापडला
৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বটদ্ৰৱা উন্নয়ন খণ্ডত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতা শোভযাত্ৰা
৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি বটদ্ৰৱা উন্নয়ন খণ্ডত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ এক সজাগতা...
BANASKATHA NEWS : ક્ષત્રિય ઠાકોર સમાજનો અભિવાદન સમારોહ યોજાયો
BANASKATHA NEWS : ક્ષત્રિય ઠાકોર સમાજનો અભિવાદન સમારોહ યોજાયો