আজি পুৱা মৰাণৰ পৰা তিনিচুকীয়া অভিমুখী এখন Swift Dezire-AS04T 2585 ৰ লগত এখন টেঙ্কাৰৰ লগত দুৰ্ঘটনা সংঘটিত হয়।জানিব পৰা মতে কম গতিত গৈথকা Swift Dezire খন ডিব্ৰুগড় বাইপাচত পৰিয়াল সহ পত্নীপুত্ৰ তিনিচুকীয়াৰ কৰ্ম।স্থানলৈ গৈ আছিল। কাৰখনৰ আগত থকা গাড়ীদুখনে হঠাৎ ব্ৰেক মৰাৰ কাৰণে Dezire.খনেও ব্ৰেক মাৰিব লগা হোৱাত পিছত আহিথকা টেঙ্কাৰ খনে খুন্দা মৰাৰ ফলত SwiftDezireখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। টেঙ্কাৰ খন যোৰহাট ৰ জৈন কোম্পেনীৰ বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে গাড়ী দুখন জব্দ কৰি থানালৈ লৈ আনি তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
iOS 18.2 Developer Beta 1 अपडेट रोल आउट, iPhone यूजर्स को जल्द मिलेंगे Apple Intelligence
Apple ने अपने रजिस्टर्ड डेवलपर्स के लिए iOS 18.2 developer beta 1 रिलीज कर दिया है। हालांकि कंपनी...
সুন্দৰ গীত পৰিবেশনৰে ছাত্ৰছাত্ৰীক মোহিলে কামৰূপ জিলা পৰিষদৰ অধ্যক্ষা ৰীতা তালুকদাৰে
আজি কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয়...
અમદાવાદ કાલુપુર વિસ્તાર મા કાર્યરત શ્રી વિધ્યા એજ્યુકેશન એકેડેમી ધ્વારા સંચાલક ધવલસર ના આયોજન સાથે
અમદાવાદ કાલુપુર વિસ્તાર મા કાર્યરત શ્રી વિધ્યા એજ્યુકેશન એકેડેમી ધ્વારા સંચાલક ધવલસર ના આયોજન સાથે
শিৱসাগৰৰ শ'লগুৰিত আৰক্ষী আৰু ৰাইজৰ মাজত ফুটবল খেল--আজাদী কী অমৃত মহোৎসৱ উপলক্ষে এই প্ৰীতি খেল
শিৱসাগৰৰ শ'লগুৰিত আৰক্ষী আৰু ৰাইজৰ মাজত ফুটবল খেল--আজাদী কী অমৃত মহোৎসৱ উপলক্ষে এই প্ৰীতি...
Toyota की एथेनॉल इंजन वाली गाड़ी में क्या है खास?
Toyota की एथेनॉल इंजन वाली गाड़ी में क्या है खास?