শিৱসাগৰ জিলাৰ দিখৌমুখ অঞ্চলৰ জনমিৰি বৰগাঁৱৰ উদ্যোগত সমূহ দিখৌমুখবাসী ৰাইজৰ সহযোগত জনমিৰি বৰগাঁৱত ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত কৰা মিচিং জনগোষ্ঠীৰ বাপতি সাহোন,জাতীয় জীৱনৰ এক স্বকীয় পৰিচয় সদৃশ তথা জনগোষ্ঠীটোৰ বৰ্ণিল লোক-সংস্কৃতিৰ পৰিচায়ক আলি-আঃয়ে-লৃগাং উদযাপন থলী “ মানিক য়েইন ক্ষেত্ৰ”ৰ উন্মোচন কৰে আছুৰ কেন্দ্ৰীয় নেতা সমীৰণ ফুকন . অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং লোকসকলৰ স্বাভিমান সদৃশ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজৰ আদৰত আপ্লুত হ’য আছূ নেতা গৰাকী আৰু কয যে এই উৎসৱ বৃহত্তৰ অসমীয়া জাতিৰ চহকী লোক-সংস্কৃতি আৰু ঐক্যবদ্ধ অসমীয়া জাতিসত্ত্বাৰ অন্যতম প্ৰতীক ৰূপে চিৰদিন বিৰাজমান হৈ ৰওক আৰম্ভ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং সকলৰ এই উৎসৱটি অসমৰ চৰকাৰী বন্ধৰ তালিকাভুক্ত হোৱাৰ দাবী সজোৰে উত্থাপন কৰিলো৷
শিৱসাগৰত অনু্ষ্ঠিত আলি-আঃয়ে-লৃগাং উদযাপনৰ ক্ষেত্ৰৰ উন্মোচণ কৰি আছুৰ কেন্দ্ৰীয় নেতা সমীৰণ ফুকনে চৰকাৰী বন্ধৰ দাবী তোলে শিৱসাগৰত অনু্ষ্ঠিত আলি-আঃয়ে-লৃগাং উদযাপনৰ ক্ষেত্ৰৰ উন্মোচণ কৰি আছুৰ কেন্দ্ৰীয় নেতা সমীৰণ ফুকনে চৰকাৰী বন্ধৰ দাবী তোলে
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/02/nerity_4340561a35c3c2259634e0a3398051bb.jpg)