ডিব্ৰুগড় জিলাৰমৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ হাউচ ফুল টকীজৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগেৰে অাহিথকা ই-ৰিক্সা অনিয়ন্ত্ৰিত হৈ পথত ৰৈথকা বাহনক পিছফালৰ পৰা খুন্দামাৰি পথত বাগৰি পৰাৰ ফলত ই-ৰিক্সাচালক মিৰিহোলাৰ লক্ষী গোৱালা আৰু অন্যজন আৰোহী শংকু ভট্ট মুঠ দুজন লোক গুৰুতৰ ভাৱে আহত হয় ।আহত দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় দুৰ্ঘটনাত ই-ৰিক্সাখন ক্ষতি সাধন হয়। মৰাণ আৰক্ষীয়ে ইৰিক্সা জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোলাঘাট জিলাৰ কান্ধুলিমাৰীৰ উমা ছেত্ৰীয়ে ভাৰতীয় ছিনিয়ৰ মহিলা ক্ৰিকেট দলত অসমৰ প্ৰথম মহিলা হিচাপে স্থান লাভ কৰে।
গোলাঘাট জিলাৰ বোকাখাতৰ কান্ধুলিমাৰীৰ উমা ছেত্ৰীয়ে ভাৰতীয় ছিনিয়ৰ মহিলা ক্ৰিকেট দলত অসমৰ...
જામનગરમાં આપ દ્વારા યોજાયો જન સંવાદ. કાર્યક્રમ યોજાયો
જામનગરમાં આપ દ્વારા યોજાયો જન સંવાદ. કાર્યક્રમ યોજાયો
'જેટલા EVM મશીનો લાવવા હોય એટલા લાવે, આ વખતે એમનો ગજ વાગવા દેવાના નથી'
'જેટલા EVM મશીનો લાવવા હોય એટલા લાવે, આ વખતે એમનો ગજ વાગવા દેવાના નથી'
संसद के अंदर दिखाए गए alien के कंकालों का पूरा सच पता चल गया। Alien corpses
संसद के अंदर दिखाए गए alien के कंकालों का पूरा सच पता चल गया। Alien corpses