ডিব্ৰুগড় জিলাৰমৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ হাউচ ফুল টকীজৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগেৰে অাহিথকা ই-ৰিক্সা অনিয়ন্ত্ৰিত হৈ পথত ৰৈথকা বাহনক পিছফালৰ পৰা খুন্দামাৰি পথত বাগৰি পৰাৰ ফলত ই-ৰিক্সাচালক মিৰিহোলাৰ লক্ষী গোৱালা আৰু অন্যজন আৰোহী শংকু ভট্ট মুঠ দুজন লোক গুৰুতৰ ভাৱে আহত হয় ।আহত দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় দুৰ্ঘটনাত ই-ৰিক্সাখন ক্ষতি সাধন হয়। মৰাণ আৰক্ষীয়ে ইৰিক্সা জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
प्रधानमंत्री मोदी के साथ लाल किले पर मौजूद होंगे 6000 खास मेहमान
प्रधानमंत्री नरेंद्र मोदी बृहस्पतिवार को राजधानी के ऐतिहासिक लाल किले से 78 वें स्वतंत्रता दिवस...
सांसद Imran Masood ने हाथरस मामले पर गहरा दुख जताते हुए बड़ा बयान दिया | Aaj Tak News Hindi
सांसद Imran Masood ने हाथरस मामले पर गहरा दुख जताते हुए बड़ा बयान दिया | Aaj Tak News Hindi
পথ সুৰক্ষা সজাগতাৰ লক্ষ্যৰে ঢকুৱাখনাৰ বাসুদেৱ কৌপাতনি অঞ্চলৰ পৰা ৮ যুৱকৰ চাইকেল ৰেলী আৰম্ভ
পথ সুৰক্ষা সজাগতাৰ লক্ষ্যৰে ঢকুৱাখনাৰ বাসুদেৱ কৌপাতনি অঞ্চলৰ পৰা ৮ যুৱকৰ চাইকেল ৰেলী আৰম্ভ ।
ગળતેશ્વરના વડુંમથક સેવાલીયા ઈન્દીરા નગરી પાસેની સરકારી માટીની રાત્રી સમયે વ્યાપક ચોરી
તંત્ર નું શંકાસ્પદ મૌન
ખેડા જિલ્લાના ગળતેશ્વર તાલુકાના વડુંમથક સેવાલીયા (પાલી ગ્રામ પંચાયત) ખાતે છેલ્લા કેટલાક સમયથી...
પૂનમબેન માડમ ના ટ્રસ્ટ દ્વારા દર વર્ષની જેમ આ વર્ષે દરેક ગરબી મા લ્હાણી વિતરણ
પૂનમબેન માડમ ના ટ્રસ્ટ દ્વારા દર વર્ષની જેમ આ વર્ષે દરેક ગરબી મા લ્હાણી વિતરણ