নলবাৰী জিলাৰ বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম বড়িগোগ অম্বাপ্ৰিয়া চৌধুৰী হাইস্কুলৰ আজি অনুষ্ঠিত হৈ যোৱা তৃতীয় পৰ্য্যয়ৰ তৃতীয় দিনাৰ গুনোৎসৱে বহিঃমূল্যাংক হিচাবে উপস্থিত থকা বিষয়া গৰাকীৰ লগতে অভিভাৱক,শুভাকাংক্ষী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলক আকৰ্ষণ কৰে৷উল্লেখ্য যে পূৱাই বহিঃমূল্যাংক গৰাকীক ছাত্ৰছাত্ৰী সকলে মূল প্ৰবেশ দ্বাৰ পৰা আদৰি অনা দৃশ্য আছিল মনকৰিবলগীয়া৷ইয়াৰ পিচতে ছাত্ৰছাত্ৰী সকলে প্ৰাৰ্থনাৰ উপৰিও,শৰীৰ চৰ্চা,বাতৰি কাকতৰ শিৰোনামা পাঠ,মহৎলোকৰ বাণী পৰিবেশন কৰাৰ লগতে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে৷এই আতাইবোৰ কাৰ্য্যসূচীতে বহিঃমূল্যাংককে সন্তুষ্টি প্ৰকাশ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધારી:- આ તે વોલવો સુવિધાઓ કહેવાય, બસ નીકળે છે પરંતુ જોવા પુરતી
ધારી:- આ તે વોલવો સુવિધાઓ કહેવાય, બસ નીકળે છે પરંતુ જોવા પુરતી
કાલોલ શહેર અને તાલુકામા નિરાધાર વૃદ્ધ પેન્શન યોજનાના લાભાર્થીઓની સત્યતા કોણ ચકાસશે?
સરકારના સમાજ સુરક્ષા વિભાગ દ્વારા નિરાધાર વૃધ્ધ પેન્શન યોજના અમલમાં મુકવામાં આવી છે અને તેમા ૬૦...
सेजल एवं चित्रा के नए जीवन का आगाज... हजारों आंखों ने निहारा संयम जीवन का वृतांत
सेजल बोथरा बनी साध्वी साहित्यनिधिश्री म.सा., चित्रा पारख बनी साध्वी अर्पणनिधिश्री म.सा.,
रजोहरण...
Contractual Teachers holds indefinite strike in front of Secretariat
MLA and leader, George Lyngdoh has said that the terminating contractual teachers...
চাকৰি দিয়াৰ ক্ষেত্ৰত কোনেও এটকাও খৰচ কৰিবলগা হোৱা নাই : ভাস্কৰ জ্যোতি মহন্ত
মই DGP হৈ থকা অৱস্থাত আৰক্ষী বিভাগত ১৫ হাজাৰতকৈ অধিক চাকৰি দিছোঁ ৷ চাকৰি দিয়াৰ ক্ষেত্ৰত এটকাও...