মই DGP হৈ থকা অৱস্থাত আৰক্ষী বিভাগত ১৫ হাজাৰতকৈ অধিক চাকৰি দিছোঁ ৷ চাকৰি দিয়াৰ ক্ষেত্ৰত এটকাও খৰচ কৰিবলগা হোৱা নাই ৷

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ৷ 

ৰাজ্যৰ পৰা ড্ৰাগছ, দুৰ্নীতি নিৰ্মূল সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ভাস্কৰজ্যোতি মহন্তই ৷

সৰু কালৰ স্কুলীয়া জীৱনৰ কথাওঁ সুৱৰিলে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে৷

দক্ষিণ কামৰূপৰ সোণতলীৰ নাজমা হীৰা মেম'ৰিয়েল পাব্লিক স্কুলত হোমেন বৰগোহাঁঞি ষ্টাডী চেন্টাৰ মুকলি অনুষ্ঠানত উপস্থিত হৈ ভাস্কৰজ্যোতি মহন্তই এনে মন্তব্য কৰে ৷