নলবাৰী জিলাৰ বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম বড়িগোগ অম্বাপ্ৰিয়া চৌধুৰী হাইস্কুলৰ আজি অনুষ্ঠিত হৈ যোৱা তৃতীয় পৰ্য্যয়ৰ তৃতীয় দিনাৰ গুনোৎসৱে বহিঃমূল্যাংক হিচাবে উপস্থিত থকা বিষয়া গৰাকীৰ লগতে অভিভাৱক,শুভাকাংক্ষী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলক আকৰ্ষণ কৰে৷উল্লেখ্য যে পূৱাই বহিঃমূল্যাংক গৰাকীক ছাত্ৰছাত্ৰী সকলে মূল প্ৰবেশ দ্বাৰ পৰা আদৰি অনা দৃশ্য আছিল মনকৰিবলগীয়া৷ইয়াৰ পিচতে ছাত্ৰছাত্ৰী সকলে প্ৰাৰ্থনাৰ উপৰিও,শৰীৰ চৰ্চা,বাতৰি কাকতৰ শিৰোনামা পাঠ,মহৎলোকৰ বাণী পৰিবেশন কৰাৰ লগতে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে৷এই আতাইবোৰ কাৰ্য্যসূচীতে বহিঃমূল্যাংককে সন্তুষ্টি প্ৰকাশ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राहुल बोले- PM मोदी अडाणी को बचा रहे:छोटा अपराध करने पर भी जेल हो जाती है, अडाणी 2000 करोड़ का घोटाला करके भी बाहर
अमेरिका में बिजनेसमैन गौतम अडाणी पर लगे करप्शन के आरोपों पर राहुल गांधी ने गुरुवार को प्रेस...
સાંતલપુરનાં રાણીસર સીમમાં કેમિકલ ખાલી કરનાર શખ્સો સામે પોલીસ ફરીયાદ
સાંતલપુર આંતરનેશ રાણીસર સીમમાં ઝેરી કેમિકલ સરકારી જમીનમાં ખાલી કરવામાં આવતા તંત્ર દ્વારા તપાસ હાથ...
पाचोड खुर्द येथील शेतकरी संकटात, टोल कंपनीच्या भोंगळ कारभाराने पिके धोक्यात
पाचोड खुर्द येथील शेतकरी संकटात, टोल कंपनीच्या भोंगळ कारभाराने पिके धोक्यात