নলবাৰী জিলাৰ বৰভাগৰ দোকোঁহা গাৱঁত অৱস্থিত থেঠাঁ গোসাইৰ থানত কালিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে সাৰ্ব্বজনীন শ্ৰীশ্ৰী বিষ্ণু পূজা৷প্ৰথম দিনাৰ বিভিন্ন কাৰ্য্যসূচী সমাপ্তিৰ পিচত আজি দ্বিতীয় দিনা পূৱাৰে পৰা অগনন ভক্তৰ লানি নিচিঙা সোঁত বয় থান খনলৈ৷প্ৰবাদ অনুযায়ী এদাল কদমগছ আৰু এটা পোখলি সাদৃশ শিলৰ পূজা অৰ্চনা চলি আহিছে থান খনত৷অতীতৰে পৰা ভক্তৰ সকলো মানস সিদ্ধি হয় থান খনত পূজাৰ্চনা কৰিলে৷ইমানে নহয় সৰু লৰাছোৱালীৰ মাতকথা সময়ত ফুটি নুঠিলে উক্ত থানত আখৈ দিলে মাতকথা ফুটি ওলাই বুলি সকলোৰে বিশ্বাস আৰু ইয়াত সফল হোৱা বুলি কেইবাজনো ভক্তই সদৰি কৰিছে৷সেইহেতু থানখনৰ বিষ্ণু পূজাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহি ভীৰ কৰা দেখা গৈছে৷এইবেলি উক্ত বিষ্ণু পূজাত প্ৰায় পচিশ হেজাৰ ভক্ত প্ৰান ৰাইজে ৰাজহুৱা ভোগ গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
केजरीवाल मामले में जर्मनी की टिप्पणी पर भारत ने जताया कड़ा एतराज, कहा- न्यायिक प्रक्रिया में हस्तक्षेप...
नई दिल्ली। दिल्ली के सीएम अरविंद केजरीवाल की गिरफ्तारी को लेकर जर्मन विदेश मंत्रालय की ओर से...
સાબરકાંઠા તલોદ ઉજેડીયા રોડ પાસે અંબાજી ચાલી ને જતાં પદ યાત્રિકો માટે સુંદર વિસામા નું આયોજન કરવામાં
સાબરકાંઠા તલોદ ઉજેડીયા રોડ પાસે અંબાજી ચાલી ને જતાં પદ યાત્રિકો માટે સુંદર વિસામા નું આયોજન કરવામાં
PRESS STATEMENT BY THE BHARATIYA JANATA PARTY National General Secratery ON THE INTERIM BUDGET
The interim budget is focused on poor's welfare and is development and progress oriented. This...