টিংখাঙৰ লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান অহা ২৭,২৮ আৰু ২৯ অক্টোবৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হব । হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি এটি শীৰ্ষক গীত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক আনুষ্ঠানিকতাৰে গীতটো উন্মোচন কৰে। এই অনুষ্ঠানৰ বাবেই এই গীতটি গুৰুদক্ষিনা হিচাপে আগবঢ়াইছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ শিক্ষাগুৰুলৈ । লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান উপলক্ষে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা গীতিকাৰ-সুৰকাৰ শোণিত গগৈৰ গীত আৰু সুৰত কন্ঠ নিগৰাইছে প্ৰণৱ লুখুৰাখন, ৰিদীপ ৰংকিত, মীৰদীপ, কৰুণা সন্দিকৈ,দিজু বৰুৱা,ভীষ্ম ৰাগ চাংমাই, মুন প্ৰাঞ্জল বৰুৱা,বিনোদ গগৈ,মিলি সন্দিকৈ আৰু জ্যোতিতৰা বৰপাত্ৰগোঁহাইয়ে।জনপ্ৰিয় কন্ঠ শিল্পীসকলে ৰাইজলৈ উপহাৰ দিয়া এইগীতটো যোগেদি বিদ্যালয়খনৰ লগতে অঞ্চলটোত এখন জীয়া ছবি প্ৰতিফলিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Congress दफ्तर के बाहर कार्यकर्ताओं ने Kanhaiya Kumar और Udit Raj के विरोध में नारे लगाए | Aaj Tak
Congress दफ्तर के बाहर कार्यकर्ताओं ने Kanhaiya Kumar और Udit Raj के विरोध में नारे लगाए | Aaj Tak
મુખ્યમંત્રી ભુપેન્દ્ર પટેલ સુરતના પ્રવાસે
મુખ્યમંત્રી ભુપેન્દ્ર પટેલ સુરતના પ્રવાસે
মাজুলীৰ সৰ্বত্ৰ ৰাসলীলাৰ প্ৰস্তুতি
'শৰত কালৰ ৰাত্ৰি অতি বিতুপন ৰাসক্ৰিয়া কৰন্তে কৃষ্ণৰ ভৈল মন'। শৰতৰ পূৰ্ণিমা ৰাতি সু-সজ্জিত আলোকময়...
Breaking News: Uddhav की शिवसेना ने जारी की दूसरी लिस्ट, 15 उम्मीदवारों के नाम दूसरी लिस्ट में शामिल
Breaking News: Uddhav की शिवसेना ने जारी की दूसरी लिस्ट, 15 उम्मीदवारों के नाम दूसरी लिस्ट में शामिल