ফাগুনৰ প্ৰথমটো বুধবাৰ উপলক্ষে ৰাজ্যৰ মিচিং জনগোষ্ঠীৰ বসতিপ্ৰধান অঞ্চলসমূহত আজি উলহ-মালহেৰে উদযাপন কৰা হৈছে আলি-আয়ে-লিগাং ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমৌতো পৰম্পৰাগতভাৱে উদযাপন কৰা হৈছে আলি-আয়ে-লৃগাং ৷ কৃষিভিত্তিক এই আলি-আই-লৃগাঙৰ পৰম্পৰা অনুসৰি আজিৰ দিনটোতে সূৰ্য দেৱতাক সাক্ষী কৰি আহু ধানৰ বীজ সিঁচা হয় ৷ গাঁৱৰ জেষ্ঠসকলে ধূপ-ধূণা, নৈবেদ্যৰে বীজ সিঁচাৰ পাছতে গাঁৱৰ ল'ৰা-ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলো একত্ৰিত হৈ গুমৰাগ নৃত্যৰে উৎসৱৰ আনন্দত মতলীয়া হৈ পৰে ৷ গুমৰাগ চ' মানৰ পাছতে "মুৰং ঘৰ" উন্মোচন কৰি পৰম্পৰাগত ৰীতি-নীতিৰে জেষ্ঠসকলক পৰম্পৰাগত খাদ্যৰে আপ্যায়ন কৰা হয় ৷ এই আলি-আয়ে-লিগাঙক লৈ ডিমৌৰ বিভিন্ন গাঁৱত ব্যাপক উচাহ পৰিলক্ষিত হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ફતેપુરા બસસ્ટેશન ખાતે એડવાન્સ બુકિંગ હોવા છતાં બસ ન આવતા 35 મુસાફરોની મદદે આવ્યાં સ્થાનિક પત્રકારો.
ફતેપુરા બસસ્ટેશન ખાતે એડવાન્સ બુકિંગ હોવા છતાં બસ ન આવતા 35 મુસાફરોની મદદે આવ્યાં સ્થાનિક પત્રકારો.
આવનારી વિધાનસભા ચૂંટણી અંતર્ગત
અમરેલી જિલ્લાના ૧,૪૧૨ મતદાન મથકો પર ૨,૧૧૪ વીવીપેટ રહેશે.
વિધાનસભા સામાન્ય ચૂંટણી - ૨૦૨૨ દરમિયાન ૯૪- ધારી બગસરા વિધાનસભા મતવિસ્તારમાં ૨૭૨ મતદાન મથકો અને...
Google Map पर चेक कर पाएंगे एयर क्वालिटी इंडेक्स, बेहद आसान है तरीका
Google Maps पर रियल टाइम पॉल्यूशन ट्रैकर फीचर को शामिल किया गया है। इस फीचर की मदद से यूजर्स किसी...
India US Top News: आज जारी होगी किसान सम्मान निधि की 14वीं किस्त, एलियंस को लेकर हुआ एक चौंकाने वाला खुलासा
वॉशिंगटन, भारत और अमेरिका के लिए गुरुवार का दिन काफी महत्वपूर्ण होने वाला है। बात करें भारत...
Patanjali के भ्रामक विज्ञापन मामले पर SC की फटकार के बाद Baba Ramdev जवाब देने से बचते नजर आए
Patanjali के भ्रामक विज्ञापन मामले पर SC की फटकार के बाद Baba Ramdev जवाब देने से बचते नजर आए