ফাগুনৰ প্ৰথমটো বুধবাৰ উপলক্ষে ৰাজ্যৰ মিচিং জনগোষ্ঠীৰ বসতিপ্ৰধান অঞ্চলসমূহত আজি উলহ-মালহেৰে উদযাপন কৰা হৈছে আলি-আয়ে-লিগাং ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমৌতো পৰম্পৰাগতভাৱে উদযাপন কৰা হৈছে আলি-আয়ে-লৃগাং ৷ কৃষিভিত্তিক এই আলি-আই-লৃগাঙৰ পৰম্পৰা অনুসৰি আজিৰ দিনটোতে সূৰ্য দেৱতাক সাক্ষী কৰি আহু ধানৰ বীজ সিঁচা হয় ৷ গাঁৱৰ জেষ্ঠসকলে ধূপ-ধূণা, নৈবেদ্যৰে বীজ সিঁচাৰ পাছতে গাঁৱৰ ল'ৰা-ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলো একত্ৰিত হৈ গুমৰাগ নৃত্যৰে উৎসৱৰ আনন্দত মতলীয়া হৈ পৰে ৷ গুমৰাগ চ' মানৰ পাছতে "মুৰং ঘৰ" উন্মোচন কৰি পৰম্পৰাগত ৰীতি-নীতিৰে জেষ্ঠসকলক পৰম্পৰাগত খাদ্যৰে আপ্যায়ন কৰা হয় ৷ এই আলি-আয়ে-লিগাঙক লৈ ডিমৌৰ বিভিন্ন গাঁৱত ব্যাপক উচাহ পৰিলক্ষিত হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભીમનાથ મહાદેવ મંદિર લગભગ 5600 વર્ષ પુરાણુ | SatyaNirbhay News Channel
ભીમનાથ મહાદેવ મંદિર લગભગ 5600 વર્ષ પુરાણુ | SatyaNirbhay News Channel
किसान, उद्यमी, महिलाओं और आमजन का सर्वांगीण विकास करने वाला बजट : पंकज मेहता
वित्त मंत्री राजस्थान सरकार दीया कुमारी ने तीसरी बार बजट पेश कर सभी को राहत पहुंचाने की दिशा में...
દાંતા પહોંચતા સંઘનો પટેલ પરિવાર દ્વાર કરાયા વધામણા...
દાંતા પહોંચતા સંઘનો પટેલ પરિવાર દ્વાર કરાયા વધામણા...
भारतीय जनता पार्टी के कार्यकर्ताओं की बैठक अमानगंज के सिद्धिविनायक बाटीका मैं हुई संपन्न!!
भारतीय जनता पार्टी के कार्यकर्ताओं की बैठक अमानगंज के सिद्धिविनायक बाटीका मैं हुई संपन्न!!