ইণ্ডিয়ান মেৰিটাইম বিশ্ববিদ্যালয় চেন্নাই অধীনত বিশাখাপট্টনমত "মেৰিন নিৰ্মাণ কলা আৰু সাগৰীয় অভিযান্ত্ৰিক"বিভাগত অধ্যয়ন কৰিবৰ বাবে নিৰ্বাচিত হৈছে জামুগুৰিহাটৰ অভিলেখ কৌশিক।বিশ্বনাথ চাৰিআলিৰ জোৱহৰ নবোদয় বিদ্যালয়ৰ পৰা ৯২%নম্বৰ লাভ কৰি সু-খ্যতিৰে উত্তীৰ্ন হোৱা অভিলেখ জামুগুৰিহাটৰ ৰাজখোৱা চুক নিবাসী পংকজ কুমাৰ শৰ্মা আৰু ৰণি শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ। অধ্যয়নৰ লগতে বেডমিণ্টন খেলত পাৰদৰ্শিতা থকা অভিলেখে জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা ঝাৰখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল। উল্লেখ যে এই পাঠ্যক্ৰমৰ বাবে অনুষ্ঠিত সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত উৰ্ত্তীন হৈ অধ্যয়ন ৰ সুযোগ পোৱা অভিলেখ কৌশিক জামুগুৰিহাটৰ প্ৰথম গৰাকী ছাত্র হোৱাৰ লগতে এইবেলি উক্ত পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত শোণিতপুৰ জিলাৰ একমাত্ৰ ছাত্ৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજસ્થાનના મુખ્યમંત્રી અશોક ગેહલોતને થયો વાયરલ ઇન્ફેક્શન, અમદાવાદનો કાર્યક્રમ રદ્દ
રાજસ્થાનના મુખ્યમંત્રી અશોક ગેહલોતની તબિયત લથડી છે. ડૉક્ટરોએ તેમને આગામી બે-ત્રણ દિવસ આરામ કરવાની...
सिर्फ चैट नहीं कैब बुक करने से लेकर WhatsApp पर कर सकते हैं 5 ये काम, आज ही करें ट्राई
WhatsApp Use यदि आपके पास उबर ऐप इंस्टॉल नहीं है तो भी आप मैसेजिंग प्लेटफॉर्म के साथ उबर की...
कार में टैंक फुल करवाया, ऑनलाइन पेमेंट की कहकर स्कैनर मंगाया, फिर रफूचक्कर हुए, युवक फरार
शहर के अनंतपुरा थाना क्षेत्र में स्थित पेट्रोल पंप पर कार सवार अज्ञात युवक डीजल भरवाकर बिना पैसे...