নলবাৰী জিলাৰ বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱ প্ৰাংগনত আজি অসম আয়ুৰ্বেদিক প্ৰডাক্টৰ উদ্যোগত আৰু বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাবৰ সহযোগত আজি এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷শিবিৰটো উদ্বোধন কৰে হোজাই জিলাৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা°অৰুন চন্দ্ৰ শৰ্মাই৷শিবিৰত ডা°হিৰেন্দ্ৰ নাথ শৰ্মা,ডা°হেমেন কুমাৰ শৰ্মা,ডা°সিদ্ধাৰ্থ তালুকদাৰ আৰু ফাৰ্মাচিষ্ট ভবেন দাসে অংশগ্ৰহণ কৰে৷শিবিৰটোত শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও বিনামূলীয়াকৈ ঔষধৰো যোগান ধৰে৷আনহাতে একাংশ ৰোগীৰ ব্লাড প্ৰেচাৰ আৰু ব্লাড চুগাৰো পৰীক্ষা কৰে৷শিবিৰত বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ সদস্য সকলে সহযোগিতা কৰি পৰিচালনা কৰাত সহায় কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়ে কি কলে মন্ত্ৰী যোগেন মহনে শুনক
অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰাত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলেও ৰাজ্যৰ...
Makar Pura વિસ્તાર મા થી દારૂ ના જથ્થા સાથે એક ઈસમ ને PCB એ ઝડપી પાડયો
Makar Pura વિસ્તાર મા થી દારૂ ના જથ્થા સાથે એક ઈસમ ને PCB એ ઝડપી પાડયો
CHHOTAUDEYPUR : નકલી કચેરી ઊભી કરી ચાર કરોડ સરકાર પાસેથી ખંખેરી લીધા? પછી શું થયું?DAILY BODELI NEWS
CHHOTAUDEYPUR : નકલી કચેરી ઊભી કરી ચાર કરોડ સરકાર પાસેથી ખંખેરી લીધા? પછી શું થયું?DAILY BODELI NEWS
Janmashtami 2023: 6 या 7 सितंबर किस दिन रखें जन्माष्टमी का व्रत | Janmashtami Date
Janmashtami 2023: 6 या 7 सितंबर किस दिन रखें जन्माष्टमी का व्रत | Janmashtami Date
નગરપાલીકા દ્વારા મોટી જનમેદની વચ્ચે કાલોલ માં રાવણ દહન નો ભવ્ય કાર્યક્રમ યોજાયો
કાલોલ નગરપાલીકા દ્વારા ધોડા ગ્રાઉન્ડ ખાતે મહાકાળી મંદિર પાસે રાવણ દહન નો કાર્યક્રમ રાખવામા આવ્યો...