নলবাৰী জিলাৰ বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱ প্ৰাংগনত আজি অসম আয়ুৰ্বেদিক প্ৰডাক্টৰ উদ্যোগত আৰু বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাবৰ সহযোগত আজি এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷শিবিৰটো উদ্বোধন কৰে হোজাই জিলাৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা°অৰুন চন্দ্ৰ শৰ্মাই৷শিবিৰত ডা°হিৰেন্দ্ৰ নাথ শৰ্মা,ডা°হেমেন কুমাৰ শৰ্মা,ডা°সিদ্ধাৰ্থ তালুকদাৰ আৰু ফাৰ্মাচিষ্ট ভবেন দাসে অংশগ্ৰহণ কৰে৷শিবিৰটোত শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও বিনামূলীয়াকৈ ঔষধৰো যোগান ধৰে৷আনহাতে একাংশ ৰোগীৰ ব্লাড প্ৰেচাৰ আৰু ব্লাড চুগাৰো পৰীক্ষা কৰে৷শিবিৰত বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ সদস্য সকলে সহযোগিতা কৰি পৰিচালনা কৰাত সহায় কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গুগলৰ ডুডলত সুধাকন্ঠৰ জন্মদিন পালন
আজি ৫ ছেপ্টেম্বৰ ড°ভুপেন হাজৰিকা দেৱৰ জন্মদিন । সমগ্ৰ অসম তথা বিশ্ববাসীয়ে জন্মদিন পালন কৰি...
અમરેલી શહેરમાં થયેલ મોટરસાયકલ ચોરીના વણશોધાયેલ ગુનાનો ભેદ ગણતરીના કલાકોમાં ઉકેલી મોટરસાયકલ ચોરી કરતા ઇસમ ગોવિંદભાઇ સવજીભાઇ વાઘેલા , ઉ.વ .૨૫ , ધંધો.મજુરી , રહે.પાલીતાણા ગારિયાધાર રોડ, સેન્ટ જેવિયર્સ સ્કુલ પાસે , તા.પાલીતાણા, જી.ભાવનગર વાળા ને ચોરીમાં ગયેલ
મ્હે.પોલીસ અધિક્ષક શ્રી હિમકરસિંહ સાહેબ તથા નાયબ પોલીસ અધિક્ષક શ્રી જે.પી.ભંડારી સાહેબ નાઓએ...