দুৰ্য্যোগ প্ৰশমন বিভাগ মৰাণৰ উদ্যোগত নাহৰণিত প্ৰাকৃতিক।দুৰ্য্যোগৰ সন্দৰ্ভত সজাগতা সভা।ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ ৰ অন্তৰ্গত তথা মৰাণ বিধান সভা সমষ্টিৰ নাহৰণি গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত আজি দুৰ্যোগ প্ৰশমন বিভাগ মৰাণৰ উদ্যোগত প্ৰাকৃতিক দুৰ্যোগৰ সন্দৰ্ভত এক।সজাগতা সভা অনুষ্ঠিত হয় উল্লেখনীয় যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সৰ্ব।সাধাৰণ ৰাইজে কেনেধৰণৰ সজাগতা।অৱলম্বন।কৰিব লাগ।তাৰ প্ৰতি ৰাইজৰ সজাগতা সৃষ্টিৰ বাবে মৰাণৰ দুয্যোগ প্ৰশমন বিভাগৰ উদ্যোগত সজাগতা।সভা অনুষ্ঠিত হয়।উক্ত।সজাগতা সভাত দুৰ্যোগ প্ৰশমন ।বিভাগৰ মৰাণৰ বিষয়-ববীয়া।সকলৰ লগতে পঞ্চায়ত প্ৰতিনিধি।আৰু সৰ্বসাধাৰণ ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શ્રી કેશવકાંત હાઇસ્કુલ વેજલપુર ખાતે "રમતોત્સવની ઉજવણી" કરાઈ
કેશવકાંત હાઇસ્કૂલ વેજલપુરના વિશાળ મેદાનમાં રમોત્સવની ઉજવણી કરવામાં આવી.આ રમતોત્સવમાં ધોરણ 9 થી 12...
6 दिन केलिए 04 से 09 सितंबर तक साबरमती-खोडियार स्टेशनों के
बीच स्थित रेलवे क्रॉसिंग नंबर 241 बंद रहेगा
पश्चिम रेलवे के अहमदाबाद मंडल पर अहमदाबाद-महेसाणा सेक्शन के साबरमती-खोडियार स्टेशनों के बीच ट्रेक...
રાધનપુર : ટ્રેલરમાં બાઇક ઘુસી જતા સર્જાયો અકસ્માત | SatyaNirbhay News Channel
રાધનપુર : ટ્રેલરમાં બાઇક ઘુસી જતા સર્જાયો અકસ્માત | SatyaNirbhay News Channel
Google For India 2024 : 3 अक्टूबर को भारतीय यूजर्स के लिए गूगल लॉन्च करेगा खास AI टूल्स
Google For India 2024 इवेंट का आयोजन 3 अक्टूबर 2024 को होना है। कंपनी इस इवेंट में अपने उन...