কিমান সফল হৈছে প্ৰধানমন্ত্ৰীৰ জলজীৱন মিছন আঁচনি ? দেৰগাৱঁৰ সমীপৱৰ্তী ৰঙামাটিৰ চেৱনী গাৱঁত দেখিবলৈ পোৱা গৈছে এখন বিপৰীত ছবিহে । কৃষিমন্ত্ৰী গৰাকীৰ গৃহ সমষ্টিৰ এই অঞ্চলটোত ভালুকৰ সাঙীতহে পৰিণত হৈছে জলজীৱন মিছন । ঘৰে ঘৰে সংযোগ কৰা হৈছে পানীৰ টেপ । কিন্তু নোলায় পানী । অঞ্চলটোৰ প্ৰায় ২০০ ৰো অধিক পৰিয়াল বঞ্চিত হৈছে বিশুদ্ধ পানীৰ পৰা । ৰাইজৰ দাবী চৰকাৰে কোটিটকীয়া এই আঁচনিৰ সঠিক ৰূপায়ন কৰক ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વલભીપુર શહેર કોંગ્રેસ પ્રમુખનું રાજીનામું સ્વીકારવા મા ન આવ્યું
વલભીપુર શહેર કોંગ્રેસ પ્રમુખનું રાજીનામું સ્વીકારવા મા ન આવ્યું
টীয়ক আৰক্ষীৰ বৃহৎ সাফল্য/পিড়াকটাত ভাঙিলে চুলাইৰ ভাটি
টীয়ক আৰক্ষীৰ বৃহৎ সাফল্য
शहर काजी पीरजादा अल्लामा अब्दुल शक़ूर क़ादरी का भव्य स्वागत
शहर काजी पीरजादा अल्लामा अब्दुल शक़ूर क़ादरी का भव्य स्वागतबून्दी। अल-मदीना मुस्लिम वेलफेयर...