-----=--=------------------------------- মাহমৰাৰ খুমটাই বাগিচাৰ তিনিচুকীয়া লাইনত আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীশ্ৰীৰামকাথাৰ প্ৰৱচন । পুৱা ভাগতে তিনিচুকীয়া লাইন আৰু খুমটাই বাগিচাৰ হাজাৰতকৈ অধিক পুৰুষ আৰু মহিলা ভক্তই ঘটজল আৰু ধৰ্মীয় শোভা যাত্ৰাৰে মৰাণ নগৰত থকা শ্ৰী শ্ৰী ৰাধা কৃষ্ণ বিবাহ ভৱনৰ পৰা ধৰ্মীয় শুভাযাত্ৰা কৰি প্ৰায় ৭ কিলোমিটাৰ নিলগত থকা তিনি চুকীয়াৰ কথা থলিত আদৰি আনে চিত্ৰকুট ধামৰ পণ্ডিত মহেন্দ্ৰ শাস্ত্ৰী আদৰ্শজীক । কথাস্থলিত বিপুল সংখ্যক ধৰ্ম প্ৰাণ ৰাইজৰ সমাগমত আৰম্ভ হয় আজিৰ মুখ্য কাৰ্যসুচী । ধৰ্ম প্ৰাণ ৰাইজৰ উপস্থিতিত ভাগৱত পাঠৰ হোমৰ নাম কীৰ্তনৰে ধৰ্মীয় কথা স্থলী ভক্তি ৰসেৰে প্ৰাণ পাই উঠে । আজি পুৱাৰে পৰা বাগিচা খনৰ চৌদিশৰ পৰা তিনিচুকীয়াৰ কথাস্থলীত উপস্থিত হয় হাজাৰতকৈ অধিক ভক্তই। দুপৰীয়া ৪ বজাৰ পৰা আৰম্ভ হয় বিধে বিধে পুজা অৰ্চনা । ভক্তৰ হৰিধ্বনিয়ে মুখৰিত কৰে ।ৰামকথা আৰম্ভ কৰি পণ্ডিত মহেন্দ্ৰ শাস্ত্ৰীজীয়ে কয়" --"ভগৱান ৰাম যিমান মধুৰ সিমান মধুৰ ৰামত থকা কথা। অন্তৰ পৰিস্কাৰ কৰিব হলে ৰামৰকথা শুনিব লাগিব । জীৱনত ভগৱানৰ কথা অনন্ত দিনৰ পৰা চলি আহি আছে ।পুৰ্ব জন্মৰপৰা পাপ কৰি অহা মানুহে হয়তো ৰামৰ কথা নুশুনিব পাৰে ।কিন্তু অন্তৰ পৱিত্ৰ থকা আৰু অন্তৰত পাপ নথকা লোকে ৰাম কথা নুশুনাকৈ থাকিব নোৱাৰে" । আজি প্ৰথম দিনা পণ্ডিতজীয়ে ৰাম কথাৰ ওপৰত বৰ্ণনা কৰি উপস্থিত ভক্তক মুগ্ধ কৰি তোলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आई भवानीचे ऑनलाईन दर्शन घ्या..
आई भवानीचे ऑनलाईन दर्शन घ्या..
Google क्रोम पर मल्टीपल टैब के साथ क्रैशिंग और स्लोडाउन की नहीं आएगी परेशानी, मेमोरी यूसेज वाला नया फीचर आएगा अब काम
Chrome new tab memory usage feature कई बार एक समय पर बहुत सारे टैब्स पर काम करने के साथ स्लोडाउन...
Swastika Mukherjee opts out of Shibpur trailer launch event amid sexual harassment claims: ‘There is no forgiveness’
Actor Swastika Mukherjee took to Facebook to announce that she won't be a part of her...
মৰাণত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে বাইক ৰেলী
মৰাণত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে বাইক ৰেলী #harghartiranga
কি হ'ব নিবনুৱা সকলৰ?
ৰাজ্যত আকৌ আৰম্ভ হৈছে বৃহৎ কা আন্দোলন, AASU ৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য দেৱৰ নেতৃত্বত আকৌ আৰম্ভ...