অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আজি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিয়ে চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি অনুজ বৰকটকী আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰন সম্পাদক উৎপল গগৈৰ নেতৃত্বত “দেশৰ জনসাধাৰণক আচ্ছে দিনৰ সপোন দেখোওৱা মোডী চৰকাৰৰ পৃষ্ঠপোষকতাত আদানীৰ দৰে পুজিঁপতিয়ে দেশৰ কোটি কোটি জনতাৰ কষ্টোপাৰ্জিত ধন সঞ্চিত হৈ থকা ষ্টেট বেংক আৰু এল আই চি ৰ পৰা ঋণ লৈ আত্মহাত কৰাৰ বিৰুদ্ধে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগৰ লগতে এনে বিত্তীয় প্ৰবঞ্চনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে সাধাৰণ জনতাৰ সঞ্চিত ধন ৰ নিৰাপত্তা ৰ দাবী কৰি এক প্ৰতিবাদী কাৰ্যসূচী ভাৰতীয় ষ্টেট বেংকৰ সোণাৰি শাখাৰ সন্মুখত ৰূপায়ন কৰে ৷জিলা কংগ্ৰেছ কমিটি ,ব্লক কংগ্ৰেছ কমিটি ,মন্ডল ৰ লগতে কংগ্ৰেছ দলৰ বিভিন্ন বিভাগৰ নেতা কৰ্মী সকলে বিজেপি চৰকাৰ আৰু আদানিৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अकोट तालुक्यातील पोलीस पाटलांचे रिक्त पदे भरण्याची मागणी
अकोट तालुक्यातील पोलीस पाटलांचे रिक्त पदे भरण्याची मागणी
જસદણમાંથી PGVCLની 38 ટીમોએ ચેકીંગ કરી ₹20 લાખની વીજચોરી ઝડપી લીધી
જસદણમાંથી 38 ટીમોએ ચેકીંગ કરી ₹20 લાખની વીજચોરી ઝડપી લીધી વીજચોરો સામે લાલ આંખ કરી હોય તેમ રાજકોટ...
ખેડુત વિભાગ મા-૨૬૨ મતો માથી ૨૫૯ નુ મતદાન એટલે કે ૯૮.૪૭ % થવા પામ્યુ
ખેડુત વિભાગ મા-૨૬૨ મતો માથી ૨૫૯ નુ મતદાન એટલે કે ૯૮.૪૭ % થવા પામ્યુ
જસદણ ના ખડવાવાડી ગામે વાડીમાં મકાનમાં જુગાર રમતા 7 લોકોની ધડપકડ ₹79900 નો મુદ્દામાલ જપ્ત
જસદણ ના ખડવાવાડી ગામે વાડીમાં મકાનમાં જુગાર રમતા 7 લોકોની ધડપકડ ₹79900 નો મુદ્દામાલ જપ્ત =...