গোলাঘাটত গঁড়ৰ মুকলি বিচৰণঃ নিষেধাজ্ঞা জাৰি কৰি দায়িত্ব সামৰিলে জিলা প্ৰশাসনে।আতংকত সৰ্বসাধাৰণ ৰাইজ । গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত চতুৰ্থ দিনত ভৰি দিলে গঁড়ৰ মুকলি বিচৰণে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰা ওলাই এটা গঁড়ে গোলাঘাট জিলাৰ দেৰগাঁও, পদুমণি, শেনচোৱা, নাওশলিয়াকে ধৰি বিভিন্ন অঞ্চলত মুকলি বিচৰণ কৰা পৰিলক্ষিত হৈছে। বন বিভাগৰ লোকে বনাঞ্চললৈ ওভতাই পঠিয়াবলৈ চেষ্টা কৰিছে যদিও বৰ্তমানলৈ সফল হোৱা নাই। ইফালে গোলাঘাট জিলাৰ অতিৰিক্ত দণ্ডাধীশ কুলদীপ হাজৰিকাই গঁড় বিচৰণ কৰা অঞ্চল সমূহত ১৪৪ ধাৰা জাৰি কৰি কেত বোৰ নিষেধাজ্ঞা জাৰি কৰিছে। কিন্তু প্ৰশাসনৰ নিষেধাজ্ঞাক ভেঙুচালী একাংশৰ। জন সমাগম অধিক হোৱাৰ বাবে বন বিভাগে গঁড়টো অতৰাই পঠিওৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গঁড় বিচৰণ কৰা অঞ্চল সমূহত জনসাধাৰণৰ সমাগম নিষিদ্ধ কৰিছে। গঁৰটো অৱস্থান কৰা ঠাইত কেনেদৰে জোম বান্ধি আছে এইসকল লোক। বন বিভাগৰ লোকে বাধা কৰা স্বত্ত্বেও কেৰেপ নকৰে এই সকল লোকে। যাৰ বাবে এতিয়া তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে বন বিভাগ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
হালমাৰী চাহ বাগিছাত ঝুমইৰ নৃত্য কৰ্মশালা
হালমাৰী চাহ বাগিছাত ঝুমইৰ নৃত্য কৰ্মশালা
तेज दिमाग इंसान को भी मात दे सकेगा AI, मस्क बोले आने वाले वर्षों में दुनिया देखेगी एक बड़ा बदलाव
एलन मस्क ने एक हालिया इंटरव्यू में Grok के नेक्स्ट वर्जन को लेकर जानकारियां दी हैं। मस्क ने कहा...
OpenAI में Sam Altman की हुई वापसी, फिर से बने कंपनी के CEO
OpenAI ने सैम ऑल्टमैन को लेकर एक नया अपडेट शेयर किया है। कंपनी ने अपने ऑफिशियल एक्स हैंडल से...
Kia Sonet vs Mahindra XUV300: प्राइस और स्पेसिफिकेशन के मामले में कौन बेहतर? खरीदने से पहले जान लीजिए
Kia Sonet और Mahindra XUV300 भारतीय बाजार में सबसे लोकप्रिय कॉम्पैक्ट एसयूवी में से एक हैं। ia...