মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহৰ নামত ৰুজু হৈথকা সকলো কেচ তদন্তৰ নিৰ্দেশ দিয়া হৈছে ইয়াৰ পাছতেই নিশা ডিমৌৰ সমীপৰ চেপন আৰক্ষী চকীৰ আৰক্ষীয়ে ৪জনক আটক কৰিলে।চেপন আৰক্ষীয়ে আটক কৰা সকল- তামোলতলীৰ২৫ বছৰীয়া সৰজু বাউৰী আৰু ২৪ বছৰীয়া দেবচৰণ মাহালী মধুমণি২৪বছৰীয়া প্ৰনৱ ফুকন আৰু নাহৰ তলীৰ ২৩বছৰীয়া লক্ষী ৰাজখোৱা। উলোেখযোগ্য যে মুখ্য মন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই সমগ্ৰ ৰাজ্যতে অসম পুলিছে বাল্য বিবাহ কৰোৱা সকলৰ বিৰুদ্ধে অভিযান চলাই আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गंगाखेड शुगर्सचा १३ वा गळीत हंगाम शुभारंभ कार्यक्रम संपन्न
गंगाखेड शुगर्सचा १३ वा गळीत हंगाम शुभारंभ कार्यक्रम संपन्न
परभणी प्रतिनिधी
...
Bengaluru Bandh: Tamil Nadu से Karnataka जाने वाली बस सेवाएं बाधित | Aaj Tak News
Bengaluru Bandh: Tamil Nadu से Karnataka जाने वाली बस सेवाएं बाधित | Aaj Tak News
અંબાજી ખાતે સહકાર રાજ્ય મંત્રીશ્રી જગદીશભાઇ વિશ્વકર્માએ બે દિવસીય કો.ઓપરેટીવ અધિવેશનનો પ્રારંભ કરાવ્યો..
સહકારી ક્ષેત્રનું કામ નાનામાં નાના માણસને મદદ કરીને અર્થતંત્રને મજબૂત બનાવવાનું છે:----મંત્રીશ્રી...
बीजेपी के विधायक ने अपनी ही सरकार पर उठा दिये सवाल,कहा-प्रदेश में अफसरशाही हावी
राजस्थान में कुछ जगहों पर अफसरशाही हावी है और बीजेपी सरकार इस पर ध्यान नहीं दे पा रही है....