এই দৃশ্য হ'ল ভালুকপংত অনুষ্ঠিত সীমান্ত মহোৎসৱৰ। অসম আৰু অৰুনাচলৰ ভাতৃত্ববোধৰ এনাজৰীডাল টনকিয়াল কৰাৰ অৰ্থে আয়োজিত এই সীমা মহোৎসৱত চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উদাত্ত কন্ঠই কঁপালে সিমান্তৰ আকাশ বতাহ।বিধয়াক গৰাকীয়ে ৰুপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কালজয়ী কবিতা "অসমীয়া ডেকাৰ উক্তি" এনেদৰে উদাত্ত কন্ঠৰে আবৃত্তি কৰি মুহিলে দুয়োখন ৰাজ্যৰ সহস্ৰাধিক জনতাক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पहा कोठे व कोणी केले गांजा व चरस विक्री करणाऱ्यांना अटक
शिरूर पोलिसांकडून गांजा व चरस विक्री करणाऱ्या आरोपींना अटक केली असून १लाख २७ हजार रुपयांचा...
પોરબંદરના સાંદિપની વિદ્યાનિકેતનમાં નવરાત્રિ અનુષ્ઠાન મહોત્સવ – ૨૦૨૨ અંતર્ગત અનેકવિધ કાર્યક્રમ યોજાયા
પોરબંદરના સાંદીપનિ વિદ્યાનિકેતનમાં પૂજ્ય ભાઇશ્રી રમેશભાઈ ઓઝાની સન્નિધિમાં શ્રીહરિ મંદિરમાં ૪૧મુ...
શકરપૂર ખાતે જુના ઝઘડાની રીસ રાખી પગમાં લાકડીના ફટકા મારતા ફરિયાદ !
ખંભાત તાલુકાના શકરપુર ખાતે જુના ઝઘડાની રીસ રાખી પગના ભાગે લાકડીના ફટકા મારતા ખંભાત શહેર પોલીસ...
অসমীয়াৰ পৰা ইংৰাজী কৰা কথাটোক লৈ সম্পূৰ্ন বিৰোধিতা গহপুৰ ABVPৰ।
প্ৰাথমিক শিক্ষা কেৱল মাতৃভাষাৰ মাধ্যমত হ'ব লাগে; ইয়াৰ দাবীৰে গহপুৰ নগৰৰ গহপুৰ হাইস্কুলৰ সন্মুখত...
এজন ব্যক্তিৰ মহানুভৱতাই দৃষ্টি আকৰ্ষন কৰিছে সকলোৰে
এজন ব্যক্তিৰ মহানুভৱতাই দৃষ্টি আকৰ্ষন কৰিছে সকলোৰে