নামনি মাজুলীৰ বালিজান , চেলেক আদিকে ধৰি কেইবাখনো গাঁৱৰ ছাত্ৰছাত্ৰীয়ে অধ্যয়ন কৰা বালিজান জনজাতি এম ই স্কুল খন চেলেক উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত চামিল কৰাৰ বিৰুদ্ধে ছাত্ৰছাত্ৰী আৰু অভিভাৱক সকলে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ১৯৯৫ চনতেই প্ৰতিষ্ঠা হোৱা এই বিদ্যালয় খনত বৰ্তমানো প্ৰায় ৭০ জন ছাত্ৰছাত্ৰী থকাৰ পিছতো বিদ্যালয় খন এই স্থানৰ পৰা আতৰাই নিবলৈ বিছৰাত অভিভাৱক সকলে শিক্ষা বিভাগক কঠোৰ সমালোচনা কৰিছে ৷ বিষয়টো শিক্ষামন্ত্ৰী জনক গুৰুত্ব সহকাৰে লৈ পুনৰবাৰ বিবেচনা কৰিবলৈ দাবী জনাইছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજસ્થાન ઝાલોરના બાળકના મોતના મામલે કચ્છમાં કરાયો વિરોધ
#buletinindia #gujarat buletinidia
आवारा एवं निराश्रित नर गौवंश के संरक्षण को लेकर बैठक सम्पन्न
आवारा एवं निराश्रित नर गोवंश के संरक्षण को लेकर मंगलवार को जिला कलक्टर अक्षय गोदारा की अध्यक्षता...