দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰীয়া এই গৌৰৱৰ ক্ষণত কেন্দ্ৰীয় চৰকাৰে আজাদী কা অমৃত মহোৎসৱ নামেৰে দেশৰ প্ৰতিঘৰ লোকৰ ঘৰলৈ ত্ৰিৰংগা পতাকাক লৈ যোৱাৰ এক সুন্দৰ আচনি লৈছে ৷ এই উপলক্ষে মাজুলীত অসম ৰাজ্যিক গ্ৰামিন জিৱিকা অভিযানৰ জীৱিকা সখি, কৃষি সখি , পশু সখি , মহিলা গোটৰ সদস্য সকলে জিলা সদৰ গড়মুৰৰ পৰা বনগাঁও হৈ নতুন বজাৰলৈকে এক বিষাল বাইক ৰেলি ৰূপায়ন কৰে : ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা ৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিচুকীয়াত প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত বন্দে মাতৰম গীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতা
তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত তিনিচুকীয়া উন্নয়ন প্ৰাধীকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত প্ৰজ্ঞা...
चेन्नई के एक पार्क में खतरनाक नस्ल के कुत्तों ने पांच साल की बच्ची को नोचा, 'मूकदर्शक बना रहा Pet Owner'
चेन्नई के एक पार्क में पांच साल की बच्ची पर खतरनाक ब्रीड के दो कुत्तों ने हमला कर...
Monkeypox: WHO declares highest alert over outbreak
At least 3040 circumstances of monkeypox had been reported to WHO, from 47 international...
আপনি কি ভারতে আমেরিকা দেখেছেন?
আমেরিকার উটাহের ব্রাইস ক্যানিয়ন দেখতে প্রতি বছর লাখ লাখ মানুষ আসেন। প্রকৃতপক্ষে, এখানকার লাল...
तुकाई देवी परिसरात शंकर पटाचे प्रात्यक्षिक
वसमत तालुक्यातल्या कुरुंदा परिसरामध्ये टोकाई देवस्थान आहे त्या देवस्थान परिसरामध्ये आज शंकरपटाची...