মৰাণত খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত আজিসংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুজন যুৱক গুৰুতৰ ভাৱে আহত হয়। আহত যুৱক দুজন ক্ৰমে তিলৈৰ কৌশিক ৰাজবংশী(১৮) আৰু হালধিবাৰী বৰ পথাৰৰ ডিম্পল গগৈ।প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ামতে মৰাণৰ দিশৰ পৰা আহি থকা AS04x8131নম্বৰৰ এখন চাৰিচকীয়া বিলাসী বাহনে বন বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত ঘূৰাবলৈ লওতেই একে দিশৰ পৰা আহি থকাAS06AG 5128নম্বৰৰ মটৰ চাইকেলখনে খুন্দা মাৰে। ফলত মটৰ চাইকেলত অহা আৰোহী দুজন দূৰত চিটিকি পৰি গুৰুতৰ ভাৱে আহত হয়। আহত দুইজনকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাহন দুখন জিম্মাত লৈ আৰক্ষী থানালৈ আনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উপায়ুক্তৰে মত বিনিময় মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ ।
মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত জিলা খনৰ বিদায়ী উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰে আজি...
ડીસાના નવી ભીલડી નજીક ગટરનો સ્લેબ તૂટતાં જીપ ખાબકી
ડીસા તાલુકાના નવી ભીલડીમાં નેશનલ હાઈવે ઓથોરિટી દ્વારા ભીલડી રેલ્વે સ્ટેશનની સામે અને પોલીસ સ્ટેશન...
Ahmedabad : L ડિવિઝન ટ્રાફિક ખાતે યોજાયો લોક દરબાર, વ્યાજખોરી નાથવા પ્રયાસ
Ahmedabad : L ડિવિઝન ટ્રાફિક ખાતે યોજાયો લોક દરબાર, વ્યાજખોરી નાથવા પ્રયાસ
Chhattisgarh Election Results: Exit Poll में Baghel के लिए खुशखबरी! | Bhupesh Baghel | Raman Singh
Chhattisgarh Election Results: Exit Poll में Baghel के लिए खुशखबरी! | Bhupesh Baghel | Raman Singh