নলবাৰী সমষ্টিৰ অন্তৰ্গত পূৰ্নদৈচপৰা গাওঁ নিবাসী সমাজকৰ্মী তথা বিজেপি কাৰ্য্যকৰ্তা ৰমেন লহকৰ(৫২)ৰ বুধবাৰে আবেলি নিজ বাসভৱনত মৃত্যু হয়৷বহুদিনৰ পৰা মাৰাত্মক কৰ্কটৰোগত আক্ৰান্ত লহকৰে বহুতো চিকিৎসা কৰাৰ পিচতো সুফল নেপায় অৱশেষত মৃত্যুক আকোঁৱালি লব লগীয়া হয়৷পূৰ্বতে সাধাৰণ ভাবে ব্যৱসায় কৰিছিল যদিও বিগত মাৰাত্মক কৰ’না কালৰ পৰা ব্যৱসায়ো সম্পূৰ্ণ বন্ধ হৈ পৰে৷ইতিমধ্যে দুৰাৰোগ্য বেমাৰটোৱে ও আক্ৰমণ কৰে লহকৰক৷আজি তেওঁৰ অজস্ৰ গুনমুগ্ধৰ উপস্থিতিত শেষকৃত্য সমাপন কৰে৷তেওঁৰ মৃত্যুত বিজেপি বড়িগোগ বনভাগ মণ্ডল,দেহাৰকুছি বুঠ সমিতি,পূৰ্ণদৈচপৰা বুঠ সমিতি,লহকৰপাৰা জনশিক্ষা পুথিভঁৰাল,সেউজ সংঘ,বাহাৰঘাট ব্যৱসায়ী সন্থা,নালন্দা পাব্লিক স্কুল,বাহাৰঘাট,লহকৰপাৰা হাইস্কুল আদি অনুষ্ঠান প্ৰতিষ্ঠান আৰু দল সংগঠনৰ লগতে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া,নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,বিজেপি ৰাজ্যিক কিষান মৰ্চাৰ সাধাৰণ সম্পাদক নিবাৰণ লহকৰ,বিজেপি বড়িগোগ বনভাগ মণ্ডল সমিতিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,দেহাৰকুছি গাওঁ পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা,আঞ্চলিক পঞ্চায়তৰ সদস্য ফণীনাথ লহকৰ আদিকৰি কেইবাজনো বিশিষ্ট লোকে শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনাই৷মৃত্যুৰ সময়ত তেওঁ পিতৃ মাতৃৰ উপৰিও পত্নী কিশোৰ পুত্ৰ,কণমানি কন্যা সন্তান,দুই ভাতৃ সমন্বিতে অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्वर्गीय पूर्व सरपंच रामकिशन गुर्जर के तृतीय पुण्यतिथि पर किए पौधे रोपण केशवरायपाटन
स्वर्गीय पूर्व सरपंच रामकिशन गुर्जर के तृतीय पुण्यतिथि पर किए पौधे रोपण
केशवरायपाटन 8 जुलाई।...
सफेद कोब्रा पाहिलात का? किती विषारी असतो हा सफेद कोब्रा, पाहा व्हिडिओ । Viral Video । Hpn News
सफेद कोब्रा पाहिलात का? किती विषारी असतो हा सफेद कोब्रा, पाहा व्हिडिओ । Viral Video । Hpn News
જામનગર: લાલપુર પંથકમાં બે દિવસના વિરામ બાદ ફરી જામ્યો વરસાદી માહોલ,અનેક વિસ્તારોમાં ધોધમાર વરસાદ
જામનગર: લાલપુર પંથકમાં બે દિવસના વિરામ બાદ ફરી જામ્યો વરસાદી માહોલ,અનેક વિસ્તારોમાં ધોધમાર વરસાદ
પાલીતાણા શત્રુંજય મહાતીર્થની છ ગાઉની મહાયાત્રા અને ફાગણ સુદ તેરસનું મહત્વ શા કારણે ?
ભાંડવાના ડુંગર નામ કઈ રીતે પ્રચલિત થયું ?
ફાગણ સુદ ૧૩ ને ગુજરાતી માં ફાગણ સુદ ત્રયોદશી...
ખંભાત-તારાપુરના નાગરિકોને શુદ્ધ પાણી મળશે. 54.96 કરોડના કામોનું કુંવરજી બાવળિયાના હસ્તે ખાતમુહૂર્ત.
ખંભાત-તારાપુર તાલુકાના નાગરિકોને પીવાનું શુદ્ધ પાણી મળશે.54.96 કરોડના કામોનું કુંવરજી બાવળિયાના...