চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰ কাৰ্য্যালয়ৰউদ্যোগত আজি মৰাণ নগৰ সমিতিৰ শিশু উদ্যান চৌহদত ৰাজহুৱা ভাৱে গণতন্ত্ৰ দিৱস পালন কৰাহয়। এই কাৰ্য্যসূচীত ৰাষুীয় পতাকা উত্তোলন কৰে মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ভাৰতী বৰাই ।শ্বহীদ তৰ্পণ কাৰ্য্যসূচী শুভ উদ্বোধন কৰে সাংবাদিক পেঞ্চনাৰ প্ৰাপ্ত মৰাণৰ জ্যেষ্ঠ সাংবাদিক বাছা বৰাই। অনুষ্ঠানত মাহমৰা ৰাজহ চক্ৰবিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী বৃন্দ মৰাণহাট আৰক্ষী থানাৰ আৰক্ষী মৰাণহাটৰ জ্যেষ্ঠ নাগৰিক সকল উপস্থিত থাকি গণতন্ত্ৰ দিৱস উদ্যাপন কৰে
মাহমৰা ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ উদ্যোগত মৰাণহাটত গণতন্ত্ৰ দিৱসৰ কাৰ্য্যসূচীত পতাকা উত্তোলন কৰে ৰাজহ চক্ৰ বিষয়া ভাৰতী বৰাই।

