দৰং জিলা সাহিত্য সভাৰ অন্যতম শাখা সভা ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভাৰ ৭ম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশনখনি ২৩ জানুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে ঐতিহাসিক বোৰা পুখুৰীপাৰত অনুষ্ঠিত হৈ যায় ৷ কাৰ্যসূচী অনুসৰি পুৱা নৱৰূপ শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ফটিক চন্দ্ৰ চহৰীয়াই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভনী কৰে ৷ বন্তি প্ৰজ্জ্বলন,ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু সাধাৰণ জ্ঞানৰ প্ৰতিযোগিতাৰ লগতে কুঁহি,ৰামধেনু আৰু আকাশৰ অনুষ্ঠানৰ পিচতে দিনৰ ১-০০ বজাত অনুষ্ঠিত হয় মুকলি সভা ৷ ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ফটিক চন্দ্ৰ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ আজীৱন সভ্য ফটিক চন্দ্ৰ ডেকাই ৷ ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° ৰামচন্দ্ৰ ডেকা নিৰ্দিষ্ট বক্তা আৰু দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত পত্ৰিকা উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক সৎৰাম ডেকাই ৷ সভাতৰামচন্দ্ৰ ডেকাৰ কাব্য গ্ৰন“ছবিখন অঁকা নহ’ল" উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনী কান্ত নাথে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગાંધીનગરમાં નિવૃત સૈનિકોના પરિવાર પર લાઠીચાર્જના વિરોધમાં ભરુચમાં આપે રજૂઆત કરી
ગાંધીનગરમાં નિવૃત સૈનિકોના પરિવાર પર લાઠીચાર્જના વિરોધમાં ભરુચમાં આપે રજૂઆત કરી
Ev Policy In India: ईवी पर नई पॉलिसी की गाइडलाइन ड्राफ्ट जारी करने से पहले होगी हितधारकों और सरकार के बीच बैठक, जानें डिटेल
केंद्र सरकार की ओर से मार्च महीने में Electric Vehicles को बढ़ावा देने के साथ ही उत्पादन और...
बाघिन आरवीटी- 2 की मौत दुःखद, उच्च स्तरीय जांच कर दोषियों पर कार्रवाई हो-सत्येश
बून्दी। पीसीसी सदस्य सत्येश शर्मा ने बाघिन टी 102 की मौत पर सवाल उठाए हैं। शर्मा का कहना है कि...
ડીસામાં રચના કન્સ્ટ્રક્શન કંપનીની બેદરકારી બહાર આવી : ખરાબ રોડનું કામ પૂર્ણ કરવાનો હુકમ કર્યો
ડીસામાં બનેલ ગુજરાતના સૌથી લાંબા એલિવેટેડના કામ દરમિયાન ખરાબ થયેલ નીચેનો રસ્તો રીપેર ન કરતા નવ...
फंसे कानून के रखवाले शिकंजे में मामला जनपद आजमगढ़
जनपद आजमगढ़ में,फंसे कानून के रखवाले शिकंजे में। सूत्रों के मुताबिक जनपद आजमगढ़ में,पुलिस अधीक्षक...