সোণাৰিৰ নজৱকাত পথ দুৰ্ঘটনাত পাঁচ জন আহত

সোণাৰিৰ ন জৱকাত পথ দূৰ্ঘটনা AS04 AD 4771 নম্বৰৰ বিলাসী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুৎ খুটাত খুন্দা মাৰে । এটি শিশু তিনি গৰাকী মহিলা সহ পাছ জন লোক আহিছিল । দুগৰাকী মহিলা শিশু গুৰুত্ব ৰ ভাবে আহত হয় । ১০৮ ৰে আহত সকলক চৰাইদেউ জিলা চিকিৎসালয় লৈ অনা হয় । বাহন খন লংডিং ৰ পৰা সোনাৰি অভিমুখে আছিল ।