নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত থানপাতকুছি প্ৰাথমিক বিদ্যালয়ত আজি স্থানীয় ৰাইজে তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখ্য যে বিদ্যালয় খনত বৰ্তমান আশি গৰাকীতকৈ বেচি ছাত্ৰছাত্ৰীৰ বিপৰীতে মাত্ৰ দুজন শিক্ষকেে পাঠদান কৰিব লাগে৷এই সম্পৰ্কে স্থানীয় ৰাইজে বিভাগীয় ভাবে যোগাযোগ কৰাৰ পিচতো বিভাগৰ দায়িত্বশীল বিষয়া সকলে কোনো গুৰুত্ব নিদিয়াত আজি পূৱাই গাওঁবুঢ়া সমন্বিতে অভিভাৱক আৰু একাংশ স্থানীয় ৰাইজে বিদ্যালয়ৰ মূল প্ৰবেশ দ্বাৰত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बजट से राजस्थान को निराशा", पीसीसी चीफ डोटासरा बोले-आंध्र प्रदेश और बिहार पर टिका बजट
बजट के बाद कांग्रेस पीसीसी चीफ गोविंद सिंह डोटासरा ने मीडिया से बातचीत की. उन्होंने कहा कि केंद्र...
शहर में केईडीएल कंपनी द्वारा बिजली व्यवस्था को सुचारू रखने को लेकर अधिकारियों को दी चेतावनी:- राखी गौतम
राजस्थान प्रदेश महिला कांग्रेस की अध्यक्ष राखी गौतम के नेतृत्व में कांग्रेस पदाधिकारियों एवं...
નાઈ સમાજ ની દીકરી અખંડ ધુણા ઉપર ૧૨ વર્ષ સુધી મહા અનુષ્ઠાન કરશે..
નાઈ સમાજ ની દીકરી અખંડ ધુણા ઉપર ૧૨ વર્ષ સુધી મહા અનુષ્ઠાન કરશે.,,,હારીજ તાલુકાના અડીયા...
વિંછીયા મોઢુકા ગામે કબડ્ડીમાં વિજેતા નું ભવ્ય સન્માન
વિંછીયા મોઢુકા ગામે કબડ્ડીમાં વિજેતા નું ભવ્ય સન્માન