নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত থানপাতকুছি প্ৰাথমিক বিদ্যালয়ত আজি স্থানীয় ৰাইজে তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখ্য যে বিদ্যালয় খনত বৰ্তমান আশি গৰাকীতকৈ বেচি ছাত্ৰছাত্ৰীৰ বিপৰীতে মাত্ৰ দুজন শিক্ষকেে পাঠদান কৰিব লাগে৷এই সম্পৰ্কে স্থানীয় ৰাইজে বিভাগীয় ভাবে যোগাযোগ কৰাৰ পিচতো বিভাগৰ দায়িত্বশীল বিষয়া সকলে কোনো গুৰুত্ব নিদিয়াত আজি পূৱাই গাওঁবুঢ়া সমন্বিতে অভিভাৱক আৰু একাংশ স্থানীয় ৰাইজে বিদ্যালয়ৰ মূল প্ৰবেশ দ্বাৰত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कल कोटा में होगा जंगी प्रदर्शन,प्रहलाद गुंजल के घर पर हुई अहम बैठक
कल कोटा में होगा जंगी प्रदर्शन,प्रहलाद गुंजल के घर पर हुई अहम बैठक
कल कोटा मुख्यालय पर कांग्रेस...
তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ যান বাহন বিভাগৰ চহৰ পৰিদৰ্শক দিন’ সোনোৱালৰ আত্মহত্যাৰ চেষ্টা
তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ যান বাহন বিভাগৰ চহৰ পৰিদৰ্শক দিন’ সোনোৱালৰ আত্মহত্যাৰ চেষ্টা...
ઇંગ્લીશ મીડીયમ સ્કૂલ ખાતે આજરોજ કોમ્પ્યુટર લેબની ઉદ્ઘાટન કરાયું
ઇંગ્લીશ મીડીયમ સ્કૂલ ખાતે આજરોજ કોમ્પ્યુટર લેબની ઉદ્ઘાટન કરાયું