নাৰায়ণপুৰত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ উত্তৰ অসম মান্ডলিক সভাত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ ৷ শাসকীয় বিজেপি চৰকাৰে ৰাজ্যবাসীক প্ৰদান কৰা নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে আজি কংগ্ৰেছ কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সভালৈ অহা মুখ্য অতিথি ৰঞ্জিত ৰঞ্জন বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন কুমাৰ বৰাক আদৰণি জনোৱাৰ মুহুৰ্তত কৰ্মীসকলে বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હાવરાના બેલુર મઠ ખાતે પુ.મોરારીબાપુના વ્યાસાસને ૯૧૮ મી રામકથા (માનસ -પરમહંસ")નો આરંભ
રામકૃષ્ણ,વિવેકાનંદ અને માં શારદા એટલે સત્ય,પ્રેમ,કરુણા:મોરારિબાપુ
હાવરાના બેલુર મઠ ખાતે "માનસ...
বৰভাগৰ সানেকুছিত দুই বিহাৰী প্ৰবঞ্চক আটক
ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত সানেকুছিত আজি দুপৰীয়া কাহ পিতলৰ বাচন চাফ কৰা চলৰে সোন ৰূপ লুন্ঠন...
Stock Market Fall Benefits: Sensex और Nifty में गिरावट, Media Index नीचे, Realty Stock में चमक कैसे?
Stock Market Fall Benefits: Sensex और Nifty में गिरावट, Media Index नीचे, Realty Stock में चमक कैसे?
মেৰাপানীত পুনৰ জব্দ হৈছে অবৈধভাৱে নাগালেণ্ডলৈ ইউৰিয়া সৰবৰাহ কৰা দুখনকৈ মিনিট্ৰাক
মেৰাপানীত পুনৰ জব্দ হৈছে অবৈধভাৱে নাগালেণ্ডলৈ ইউৰিয়া সৰবৰাহ কৰা দুখনকৈ মিনিট্ৰাক।...
April Upcoming Phones: Samsung से लेकर Infinix तक, इन महीने लॉन्च होंगे ये खास फोन
अप्रैल महीना स्मार्टफोन के लिए बहुत खास है। इस महीने सैमसंग इनफिनिक्स और नूबिया जैसे ब्रांड अपने...