ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত সানেকুছিত আজি দুপৰীয়া কাহ পিতলৰ বাচন চাফ কৰা চলৰে সোন ৰূপ লুন্ঠন কৰাৰ পৰিকল্পনা কৰা দুই প্ৰবঞ্চকক ৰাইজে হাতেলোটে ধৰি আৰক্ষীক চমজাই দিয়ে৷দুই প্ৰবঞ্চক বিহাৰৰ মনোজ মণ্ডল আৰু সৰোজ ভাৰতী বুলি জানিব পৰা গৈছে৷ প্ৰবঞ্চক দুজনে আজি দুপৰীয়া গাওঁখনৰ বিপূল শৰ্মা নামৰ লোকজনৰ ঘৰত কাহ পিতলৰ বাচন চাফ কৰাৰ চলৰে উপস্থিত হৈ বাচন চাফ কৰি আছিল ৷এনেতে বিপুল শৰ্মাৰ পত্নীক তেওঁলোকে সোন চাফ কৰিব পাৰে বুলি জানিবলৈ দি সোনৰ চেইনডাল আনিবলৈ অনুৰোধ কৰে৷শৰ্মাৰ পত্নীয়ে তেওঁৰ চেইন নাই বুলি কোৱাত আঙুঠি বা অন্য সামগ্ৰী হলেও হব বুলি পতিয়ন নিয়াই সোনৰ আঙুঠি আৰু কানফুলি চাফ কৰাৰ চলৰে কাটি নিয়ে দুয়ো সামগ্ৰীৰ কিছু অংশ৷এই কথা পৰিয়ালে প্ৰত্যক্ষ কৰাত প্ৰবঞ্চক দুজনে পাচশ টকা দি ঘটনাস্থলীৰ পৰা পলায়ন কৰিব বিছাৰিছিল যদিও ৰাইজে কাৰায়ত্ত কৰিবলৈ সক্ষম হয়৷অৱশেষত ঘগ্ৰাপাৰ আৰক্ষীক দুই প্ৰৱঞ্চকক চমজাই দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કાલોલ તાલુકાની મલાવ શાળાના શિક્ષક ભરતભાઈ નો વિદાય સમારંભ યોજાયો.
કાલોલ તાલુકાના મલાવ પ્રાથમિક શાળા ના શિક્ષક ભરતભાઈ કાલોલ તાલુકાના રાબોડ ગામના વતની છેલ્લા ૩૭ વર્ષ...
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে ড০ পৰমানন্দ সোনোৱালক নিযুক্তি
ডিব্ৰুগড়ঃ উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে নিযুক্তি লাভ...
UP Politics: अंदरुनी खींचतान के बीच एक्शन में CM Yogi, आज मंत्रियों की अहम बैठक बुलाई | Aaj Tak
UP Politics: अंदरुनी खींचतान के बीच एक्शन में CM Yogi, आज मंत्रियों की अहम बैठक बुलाई | Aaj Tak
Zee Entertainment Buy Or Avoid?: Stock में इस समय निवेशकों को क्या करने की है सलाह? | CNBC Awaaz
Zee Entertainment Buy Or Avoid?: Stock में इस समय निवेशकों को क्या करने की है सलाह? | CNBC Awaaz
Maruti Jimny Thunder Edition को खरीदना हुआ आसान कीमत हुई कम, जानें इसमें क्या कुछ खास
अब कंपनी ने Maruti Jimny Thunder Edition के कीमत को कम कर दिया है। अगर आप इसको खरीदने की प्लानिंग...