অতিতৰ হেৰাই যোৱা খেলৰ ভিতৰত নাওঁখেলো অন্যতম অসমীয়া ৰাইজৰ মাজত এক জনপ্ৰিয় খেল । নাজিৰাত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ আৰু নাজিৰা মহকুমা সমিতিৰ উদ্যোগত তথা নাজিৰাবাসীৰ সহযোগত শিল্পী দিৱস উদ্যাপন কৰা হয় । আয়োজিত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় প্ৰাইজমণি নাওঁখেল প্ৰতিযোগিতা। অনুষ্ঠানটিত উপস্থিত থাকে ময়ুৰ বৰগোঢ়াই, আব্দুৰ ৰহমান, নুমলী দাস, সত্যজিৎ কৰ, তথা স্থানীয় ward member সকলকে প্ৰমূখ্য কৰি আৰু বহুজন ব্যক্তি। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এটি বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰু কেইবাটাও সাংস্কৃতিক কাৰ্য্যসূচী। অতিতৰ হেৰাই যোৱা খেলৰ ভিতৰত নাওঁখেলো অন্যতম অসমীয়া ৰাইজৰ মাজত এক জনপ্ৰিয় খেল। সেইয়েই আজি নাজিৰাৰ দিখৌ নদীত অনুষ্ঠিত কৰা নাওঁখেল চাবলৈ ৰাইজৰ মাজত পাৰভঙা উৎসাহ দেখিবলৈ পোৱা গ'ল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Israel Attack में कब्रिस्तान, सब फुल, Gaza के डॉक्टरों ने बताई डरावनी बातें | Hamas | Palestine
Israel Attack में कब्रिस्तान, सब फुल, Gaza के डॉक्टरों ने बताई डरावनी बातें | Hamas | Palestine
'2024 के बाद आप ये बात कायम रखना...', PM मोदी की तुलना बापू से करने के बाद उपराष्ट्रपति धनखड़ पर फूटा संजय राउत का गु्स्सा
मुंबई। उपराष्ट्रपति जगदीप धनखड़ (Jagdeep Dhankhar) के एक बयान को लेकर सियासी...
दिल्ली में कुख्यात बदमाश सुंदर भाटी की 5 करोड़ की संपत्ति जब्त, गैंगस्टर एक्ट के तहत की गई कार्रवाई
दिल्ली-एनसीआर और पश्चिमी उत्तर प्रदेश के लिए आतंक का पर्याय रहे कुख्यात बदमाश सुंदर भाटी ने...
લીખાળા ગામમાં જુની પરંપરા મુજબ શોભાયાત્રાનું આયોજન
સાવરકુંડલા તાલુકાના લીખાળા ગામે જૂની પ્રણાલી મુજબ બળદગાડામાં ભગવાન રામચંદ્રજી ની શોભાયાત્રા...