জনতাৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ গভীৰ শ্ৰদ্ধাঞ্জলি । গোলাঘাট নগৰৰ ত্ৰিমূৰ্তি ক্ষেত্ৰত আজি শিল্পী দিৱসৰ পৱিত্ৰ ক্ষণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন,মাল্যাৰ্পণ কাৰ্যসূচীৰে পশ্চিম গোলাঘাট সাহিত্য সভাৰ তৰফৰ পৰা শ্ৰদ্ধাৰ্ঘ নিবেদন কৰা হয় । পুৱা ৬ বজাত ত্ৰিমূৰ্তি ক্ষেত্ৰত মহান শিল্পী গৰাকীৰ প্ৰতিমূৰ্ত্তিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উপদেষ্টা, প্ৰবীণ সাংবাদিক,সমাজকৰ্মী দ্বীপেন দত্তই । পুষ্পাঞ্জলি অৰ্পণ কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, পশ্চিম গোলাঘাট শাখা সাহিত্য সভা তথা গোলাঘাট জিলা সাহিত্য সভাৰ কুঁহি উপ-সমিতিৰ আহ্বায়ক স্বাগতা বৰা,শাখাৰ বিষয়ববীয়া,বিশিষ্ট সমাজকৰ্মী দিলীপ শইকীয়া, শাখাৰ বিষয়ববীয়া,সাংবাদিক চন্দন কৰ্মকাৰ, পৌৰ কৰ্মী সঞ্জয় বাচফৰ আদিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পুনৰ উজ্বলি উঠিল দেৰগাঁৱৰ এমেচাৰ বক্সিং এছোচিয়েচন
DERGAON sports#পুনৰ উজলি উঠিল দেৰগাঁও এমেচাৰ বক্সিং এছোচিয়েচন ।
# ৪১ সংখ্যাক চিনিয়ৰ/ইয়ুথ পুৰুষ...
🔴 বোকাখাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা , জগদীশ জগ্গী বাসুদেৱৰ বিৰুদ্ধে গোচৰ
🔴 বোকাখাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা , জগদীশ জগ্গী বাসুদেৱৰ বিৰুদ্ধে গোচৰ
106 વર્ષ પડેલાં ડૂબી ગયેલા જહાજમાંથી મળી આવેલી 10 રૂ.ની દુર્લભ ચલણી નોટોની થશે હરાજી
Rare Indian Banknotes: वर्ष 1918માં મુંબઈથી માલસામાન લઈને લંડન જવા નીકળેલી શિપ ડૂબી ગઈ હતી. આ...
প্ৰয়াত আলফা নেতা প্ৰাক্তন বিত্ত সচিব জেনেৰেল মেজৰ জীৱন মৰাণৰ আদ্যশ্ৰাদ্ধলৈ আমন্ত্ৰণ অসমবাসিক আমন্ত্ৰণ
প্ৰয়াত আলফা নেতা প্ৰাক্তন বিত্ত সচিব জেনেৰেল মেজৰ জীৱন মৰাণৰ আদ্যশ্ৰাদ্ধলৈ আমন্ত্ৰণ অসমবাসিক...
कर्मयोगी सेवा संस्थान ने एमबीएस में की कफन की व्यवस्था मंगलमुखी नैनादेवी ने जन्मदिन पर भेंट किए कफन, शवों को मिल सकेगा अंतिम सम्मान
कर्मयोगी सेवा संस्थान की ओर से शवों को अंतिम सम्मान देने के लिए एमबीएस चिकित्सालय में कफन की...