জনতাৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ গভীৰ শ্ৰদ্ধাঞ্জলি । গোলাঘাট নগৰৰ ত্ৰিমূৰ্তি ক্ষেত্ৰত আজি শিল্পী দিৱসৰ পৱিত্ৰ ক্ষণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন,মাল্যাৰ্পণ কাৰ্যসূচীৰে পশ্চিম গোলাঘাট সাহিত্য সভাৰ তৰফৰ পৰা শ্ৰদ্ধাৰ্ঘ নিবেদন কৰা হয় । পুৱা ৬ বজাত ত্ৰিমূৰ্তি ক্ষেত্ৰত মহান শিল্পী গৰাকীৰ প্ৰতিমূৰ্ত্তিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উপদেষ্টা, প্ৰবীণ সাংবাদিক,সমাজকৰ্মী দ্বীপেন দত্তই । পুষ্পাঞ্জলি অৰ্পণ কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, পশ্চিম গোলাঘাট শাখা সাহিত্য সভা তথা গোলাঘাট জিলা সাহিত্য সভাৰ কুঁহি উপ-সমিতিৰ আহ্বায়ক স্বাগতা বৰা,শাখাৰ বিষয়ববীয়া,বিশিষ্ট সমাজকৰ্মী দিলীপ শইকীয়া, শাখাৰ বিষয়ববীয়া,সাংবাদিক চন্দন কৰ্মকাৰ, পৌৰ কৰ্মী সঞ্জয় বাচফৰ আদিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अरविंद केजरीवाल और उपराज्यपाल के बीच कभी सहमति किसी बात पर बनती दिखाई नहीं दी
दिल्ली के मुख्यमंत्री अरविंद केजरीवाल और उपराज्यपाल के बीच कभी सहमति किसी बात पर बनती दिखाई नहीं...
50MP कैमरा वाले फोन की Sale आज, बैंक ऑफर्स में होगी अच्छी बचत, फीचर्स भी हैं पावरफुल
POCO M7 Pro 5G स्मार्टफोन के लिए पहली सेल आज ऑनलाइन शॉपिंग साइट फ्लिपकार्ट पर लाइव होने वाली है।...
10 देशों में हैकिंग के लिए इस्तेमाल किया गया इजरायली स्पाईवेयर, उत्तर अमेरिका और यूरोप के देश बने निशाना
माइक्रोसाफ्ट कार्प और इंटरनेट वाचडाग सिटीजन लैब द्वारा मंगलवार को प्रकाशित नए शोध के अनुसार...
रोहा मत्स्य महाविद्यालय एलोमनी मीट2022कल।
निकलेगी संस्कृतिक शोभायात्रा।
असम एग्रीकल्चर यूनिवर्सिटी (एएयो)के अंतर्गत रोहा मत्स्य महाविद्यालय में 10दिसंबर को पुर्व...