আজি মুদৈবড়ি VCDC ৰ অন্তৰ্গত চন্দোৱালপাৰাত জলসিঞ্চন বিভাগৰ SOPD শিতানৰ ৩ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ হব লগা জলসিঞ্চন বিভাগৰ বান্ধটোৰ ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে জলসিঞ্চন বিভাগৰ দ্বাৰা নিৰ্মাণ হৈ থকা চমুৱাপাৰা - গেন্দ্ৰাজুলি বান্ধটো কলাইগাঁও-পানেৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শ্ৰীযুত সাধন বৰ্মন ডাঙৰীয়াৰ সৈতে পৰিদৰ্শন কৰে
কলাই গাঁৱৰ মুদৈবড়ীৰ চন্দোৱাল পাৰাত জলসিঞ্চন বিভাগৰ বান্ধ পৰিদৰ্শন কৰে বিটিচিৰ ই এম দিগন্ত বৰুৱাই

