নলবাৰী জিলাৰ বৰভাগৰ দামোদৰধাম সত্ৰ বজাৰত ২১ কেজি ৫০০ গ্ৰাম ওজনৰ এটি ব্ৰিগহেড মাছে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷উল্লেখ্য যে বাতৰি লিখা সময়লৈ স্থানীয় ভাবে উৎপাদিত এইটোৱে আজিৰ উৰুকাৰ বজাৰখনৰ ডাঙৰ মাছ বুলি বিবেচিত হৈছে৷আনহাতে একাংশ ৰাইজে ইয়াতকৈ ডাঙৰ মাছ উলিৱাব বুলি মত প্ৰকাশ কৰিছে৷মনকৰিবলগীয়া যে বজাৰ খনত স্থানীয় আৰু চালানী মাছৰ উভৈনদী হৈ পৰিছে৷অবেশ্যই গ্ৰায়বোৰ মাছে সময়ত বিক্ৰী হব বুলি ব্যৱসায়ী সকলে আশা কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Gadhada||શ્રી સર્વોપરી ગૌશાળા ખાતે મહા હરિયાગ કાર્યક્રમ સંપન્ન #news #botad #gadhada #gadhpurmandir
Gadhada||શ્રી સર્વોપરી ગૌશાળા ખાતે મહા હરિયાગ કાર્યક્રમ સંપન્ન #news #botad #gadhada #gadhpurmandir
বামুণবাৰী আৰক্ষী চকীৰ বেৰেক গৃহ উদ্বোধন কৰিলে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে
বামুণবাৰী আৰক্ষী চকীৰ বেৰেক গৃহ উদ্বোধন কৰিলে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে
ಮೆಂಥೋಪ್ಲಸ್ ನ ಚಿಕ್ಕ ಡಬ್ಬಿ ನುಂಗಿ ಮಗು ಸಾವು
ಬಳ್ಳಾರಿ ಜಿಲ್ಲೆಯ ಕಂಪ್ಲಿ ನಗರದಲ್ಲಿ ತಲೆ ನೋವಿನ ನಿವಾರಕಚಮವಾದ ಮೆಂಥೋಪ್ಲಸ್ ನುಂಗಿ 9 ತಿಂಗಳ ಪ್ರಿಯದರ್ಶಿನಿ ಎಂಬ...
UP News: अखिलेश यादव के इस्तीफे की ख़बर से मची हड़कंप ? | Akhilesh Resignation News | Aaj Tak
UP News: अखिलेश यादव के इस्तीफे की ख़बर से मची हड़कंप ? | Akhilesh Resignation News | Aaj Tak
Tata Altroz Racer इंडियन मार्केट में अगले साल हो सकती है लॉन्च, जानिए क्या है अपडेट
टाटा अल्ट्रोज रेसर की लंबाई 3990 मिमी चौड़ाई 1755 मिमी ऊंचाई 1523 मिमी और व्हीलबेस 2501 मिमी है।...